• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিতৰ্কিত আৰ টি আই কর্মী দুলাল বৰাৰ বিলাসী অট্টালিকাত প্ৰশাসনৰ হাতোৰা; সম্পূৰ্ণকৈ ভাঙিব আৱাসটো

দ্বীপজ্যোতি শর্মা by দ্বীপজ্যোতি শর্মা
March 17, 2020 5:02 pm
index

বিতৰ্কিত দুলাল বৰাৰ বাসগৃহত প্ৰশাসনৰ উচ্ছেদ

2.2k
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰা বিলাসী অট্টালিকাত প্ৰশাসনৰ হাতোৰা।

কইনাধৰাস্থিত তিনি মহলীয়া বৰাৰ বাসগৃহত মংগলবাৰে গুৱাহাটী পৌৰ নিগম আৰু আৰক্ষী-অৰ্ধ সামৰিক বৃহৎ বাহিনীৰ উপস্থিত চলোৱা হয় উচ্ছেদ।

বৰাৰ ১১৮নং বাসগৃহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত প্ৰশাসনে চলায় উচ্ছেদ।

প্ৰশাসনৰ উচ্চ পদস্ত বিষয়া উপস্থিতত চলোৱা অভিযানত বৰাৰ তিনি মহলীয়া ঘৰটো সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হ’ব বুলি জনায়৷

ঘৰৰ তলত থকা বহু কেইখন দোকান জেচিবিৰ সহায়ত আজি ভাঙি পেলোৱা হয়। উচ্ছেদ চলোৱা ঘৰটো সন্মুখত আঁৰি দিয়া হয় মহামান্য ন্যায়ালয়ৰ জাননী।

উচ্ছেদ অভিযানত উপস্থিত থাকে যুটীয়া আয়ুক্ত সিদ্ধাৰ্থ  গোস্বামী।

আজি বাস গৃহটো আধা অংশ ভাঙি পেলোৱা হয়।পৰৱৰ্তী সমূত সম্পূৰ্ণ ঘৰটো ভাঙি পেলোৱা হ’ব বুলি জানিবলৈ দিয়ে উপস্থিত থকা বিষয়াই।

উল্লেখ যে ৫৪৯/২০ নম্বৰ গোচৰৰ ভিত্তিত নিয়ম বহিৰ্ভূতভাৱে গৃহ নিৰ্মাণ কৰা অভিযোগত ভঙা হৈছে গৃহটো।

গুৰুত্বপূৰ্ণ কথা এই যে ব্লেকমেইলৰ গোচৰত আৰ টি আই কর্মী বৰাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

তাৰ পৰৱৰ্তী সময়ত বৰাক ইডি আৰু  চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল।বৰ্তমান বৰা কাৰাৰুদ্ধ হৈ আছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd