• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সেনা জোৱানৰ দেহতো ধৰা পৰিল ক’ৰ’না ভাইৰাছ; পশ্চিম বংগত এজন যুৱক আক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2020 8:30 am
Army

প্ৰতিনিধিত্বমূলক চিত্ৰ

16.9k
VIEWS
Share on FacebookShare on Twitter

প্ৰতিদিনে ন ন ঠাইলৈ সংক্ৰমণ ঘটিবলৈ আৰম্ভ কৰিছে মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছ। এই পৰ্যন্ত ভাৰতত ১৪০ গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে ভাইৰাছবিধৰ অৱস্থিতি।

দিল্লীৰ পৰা কেৰালালৈকে আতংকৰ সৃষ্টি কৰাৰ পিছত এইবাৰ পশ্চিম বংগত ধৰা পৰিছে এই ভাইৰাছ। ৰাজ্যখনৰ ক’লকাতাত এজন ১৮ বছৰীয়া যুৱক এই ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

ক’ৰ’নাত আক্ৰান্ত যুৱকজন লণ্ডনৰ পৰা আহিছিল। তেওঁক বালীঘাটৰ আই ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

১৫ মাৰ্চত বৃটেইনৰ পৰা ঘূৰি অহা যুৱকজনৰ মাক-দেউতাক আৰু চালকজনকো বৰ্তমান আছুতীয়াকৈ ৰাখি নিৰীক্ষণত ৰখা হৈছে। এই সকলোবোৰ কথা জনাইছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ এজন বিষয়াই।

ৰাজ্যখনত ক’ৰ’না ভাইৰাছৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পিছতে সকলো লোককে সতৰ্কতা অৱলম্বন কৰিবলৈও বিষয়াজনে আহ্বান জনায়।

আনহাতে ভাৰতীয় সেনাৰ এজন জোৱানৰ দেহতো এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। বৰ্তমানলৈকে সাধাৰণ জনতাহে ভাইৰাছবিধৰ কৱলত পৰিছিল কিন্তু লাডাখত প্ৰথমগৰাকী সেনা জোৱানৰ শৰীৰত ভাইৰাছবিধৰ অৱস্থিতি ধৰা পৰাত এতিয়া শংকিত হৈ পৰিছে প্ৰতিৰক্ষা বিভাগ।

জোৱানজনৰ বিষয়ে অধিক তথ্য জানিব পৰা হোৱা নাই যদিও তেওঁৰ পিতৃ ইৰাণৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে।

Recent News

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd