• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাৰ আতংক; বিশ্বজুৰি ২৫ মিলিয়ন লোকে হেৰুৱাব চাকৰি! বিশ্ব অৰ্থনীতি হ’ব শোচনীয়

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2020 10:44 am
images.jpg11.jpg11
19.3k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ মৰাত্মাক ৰূপে সমগ্ৰ বিশ্ব অৰ্থনীতিত গুৰুতৰ ঋনাত্মক প্ৰভাৱ পেলাব। চাকৰি হেৰুৱাব প্ৰায় ২৫ মিলিয়ন লোকে।

এই তথ্য প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ(ILO)ই। ILOএ চলোৱা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে।

বিশ্ব ত্ৰাস সৃষ্টি কৰা ক’ৰ’না ভাইৰাছে বিশ্বৰ গোলকীয় অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পেলাইছে। বিশ্ব অৰ্থনীতি শোচনীয় হৈ পৰিব।

ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত দেশসমূহত ইতিমধ্যে ইয়াক প্ৰতিৰোধ কৰিবলৈ সংশ্লিষ্ট ৰাষ্ট্ৰসমূহে বিভিন্ন নিৰ্দেশনা আদি জাৰি কৰিবলৈ বাধ্য হৈ পৰিছে, যাৰফলত ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিছে।

কিছুমান ক্ষুদ্ৰ, মধ্যম আৰু বৃহৎ উদ্যোগ প্ৰতিষ্ঠানে উৎপাদন বন্ধ কৰাৰ উপক্ৰম হৈছে। উদ্যোগসমূহৰ উৎপাদন বন্ধ হ’লে বৃহৎ ক্ষতি হোৱাই নহয় সেইসমূহৰ কৰ্মচাৰী আৰু শ্ৰমিকসকলে তাৰ কুফল ভুগিব লাগিব।

ইফালে বহু ছফ্টৱেৰ কোম্পানীয়ে তেওঁলোকৰ কাৰ্যালয় বন্ধ কৰিছে আৰু কিছুমান প্ৰতিষ্ঠানে কৰ্মচাৰীসকলক ঘৰৰ পৰা কৰ্তব্য পালন নকৰিবলৈ নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে।

ইয়াৰ দ্বাৰাও এই প্ৰতিষ্ঠানসমূহৰ বিস্তৰ ক্ষতি হৈছে আৰু তাৰ ফল ভুগিব লাগিব ইয়াৰ কৰ্মচাৰীসকলে।

আনহাতে ক্ষুদ্ৰ ব্যৱসায়, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো ক্ষতিগ্ৰস্ত হৈছে। প্ৰায়বোৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হোৱাৰ ফলত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হোৱাই নহয়, প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত পৰিয়ালসমূহে আৰ্থিক দুৰ্ভিক্ষত ভুগিব।

বিশ্বত একপ্ৰকাৰ গোলকীয় আৰ্থিক দুৰ্ভিক্ষ হোৱাৰ সম্ভাৱনাই দেখা দিছে।

মানুহে চাকৰি হেৰুৱাৰ লগতে শ্ৰমিকসকলেও কৰ্মৰ অভাৱত ভোগাৰ ফলত উপাৰ্জনহীন হ’ব আৰু মানুহৰ ক্ৰয় ক্ষমতা হ্ৰাস পাব।

ILOৰ সমীক্ষা মতে সমগ্ৰ বিশ্বতে ক’ৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ বাবে বিশ্বৰ ২৫ মিলিয়ন লোকে চাকৰি হেৰুৱাই কৰ্মহীন হ’ব পাৰে!

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd