• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’নাৰ পিছত এইবাৰ চীনত আবিৰ্ভাৱ হৈছে অন্য এবিধ মাৰাত্মক হান্তা ভাইৰাছ

ক'ৰ'না ভাইৰাছতকৈ ক্ষিপ্ৰ গতিত সংক্ৰমণ ঘটে এই মাৰাত্মক ভাইৰাছবিধ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 24, 2020 5:03 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বই ক’ৰ’না ভাইৰাছৰ সংহাৰত আতংকিত হৈ থকাৰ সময়তে এইবাৰ আকৌ চীনতে আবিৰ্ভাৱ হৈছে অন্য এবিধ জীৱননাশক মাৰাত্মক ভাইৰাছ।

মাৰাত্মক ক’ৰ’না ভাইৰাছৰ আবিৰ্ভাৱ ভূমি চীনৰ য়ুহান প্ৰদেশতে আবিৰ্ভাৱ হৈছে এইবিধ নতুন মাৰাত্মক ভাইৰাছৰ।

Apply Now

ইতিমধ্যে এইবিধ মাৰাত্মক ভাইৰাছ আক্ৰান্ত হৈ মৃত্যু ঘটিছে প্ৰথমজন আক্ৰান্তৰ।

গ্ল’বেল টাইমছ নামৰ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে য়ুহানৰ ছাংডঙলৈ এখন চাৰ্টাট বাছেৰে গৈ থকা অৱস্থাত এজন ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে।

A person from Yunnan Province died while on his way back to Shandong Province for work on a chartered bus on Monday. He was tested positive for #hantavirus. Other 32 people on bus were tested. pic.twitter.com/SXzBpWmHvW

— Global Times (@globaltimesnews) March 24, 2020

বাতৰিৰ মতে উক্ত বাছখনত থকা অন্য ৩২ জন যাত্ৰীৰ শৰীৰলৈও এই বিধ নতুন মাৰাত্মাক ভাইৰাছৰ সংক্ৰমণ ঘটিছে। দেখা গৈছে এই  ভাইৰাছবিধ ক’ৰ’না ভাইৰাছতকৈ অধিক ক্ষিপ্ৰ গতিত সংক্ৰমণ ঘটে।

বাছখনত থকা অন্য ৩২ জন ব্যক্তিৰ শৰীৰৰ নমুনা পৰীক্ষা কৰাৰ পিছত তেওঁলোকৰ শৰীৰত এই  মাৰাত্মক ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰিছে।

মঙ্গলবাৰে বাতৰি প্ৰতিষ্ঠানটোৱে কয় যে এই হান্তা নামৰ মাৰাত্মক এই ভাইৰাছ বিধ সমগ্ৰ বিশ্বতে সংক্ৰমণ ঘটাৰ সম্ভাৱনা আছে।

ইতিমধ্যে ক’ৰ’না ভাইৰাছৰ সংহাৰত আতংকিত হৈ থকা য়ুহানৰ স্থানীয় লোকসকলে এই নতুন ভাইৰাছ বিধকলৈও আতংকিত হোৱা পৰিলক্ষিত হৈছে।

এন্দুৰ আৰু নিগনি জাতীয় কৃন্তক প্ৰাণীৰ সংস্পৰ্শত থকাৰ ফলতে  লোকজনৰ শৰীৰলৈ এই মাৰাত্মক ভাইৰাছবিধ সংক্ৰমণ ঘটা বুলি আশংকা কৰা হৈছে।

হান্তা নামৰ মাৰাত্মক ভাইৰাছবিধৰ বাহক হৈছে এন্দুৰ আৰু নিগনি জাতীয় কৃন্তক প্ৰাণী।

কৃন্তক প্ৰাণীৰ চকু, কাণ, নাক আৰু মুখ স্পৰ্শ কৰাৰ লগতে এই জাতীয় প্ৰাণীৰ মল আৰু মূত্ৰ মানুহে স্পৰ্শ কৰিলে এই মাৰাত্মক হান্তা ভাইৰাছে মানুহৰ শৰীৰলৈ সংক্ৰমণ ঘটিব পাৰে।

ইয়াৰ লক্ষণসমূহঃ

হান্তা ভাইৰাছ সংক্ৰমণ ঘটাৰ ফলত আক্ৰান্ত লোকজন জ্বৰ, মূৰৰ বিষ, মাংসপেশীৰ বিষ, পাকস্থলীৰ বিষ, মূৰ ঘূৰণি, কঁপনি আদিৰ সমস্যাত ভুগে।

এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ বমিৰ ভাৱ অহাৰ লগতে বমি হোৱাৰ উপৰি স্বাস-প্ৰশ্বাসজনিত সমস্যাও দেখা দিয়ে। আৰু উশাহ নিশাহ চুটি হোৱাৰ পৰিলক্ষিত হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd