• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত শীঘ্ৰেই ৪০০০-৫০০০ ক’ৰ’না আক্ৰান্ত ব্যক্তিক একেলগে চিকিৎসা প্ৰদান কৰিব পৰাৰ ব্যৱস্থা হ’ব : হিমন্ত বিশ্ব শৰ্মা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
March 27, 2020 3:37 pm
WhatsApp Image 2020-01-25 at 1.33.45 PM

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

2.1k
VIEWS
Share on FacebookShare on Twitter

‘‘অহাকালিৰ পৰা সাধাৰণ ৰোগী সকলৰ বাবে বন্ধ হৈ পৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়,’’ আজি সংবাদমেলত এই কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে চিকিৎসা মহাবিদ্যালয়খন সাধাৰণ ৰোগীৰ বাবে বন্ধ হৈ গ’লেও কেন্সাৰ ৰোগী, জৰুৰীকালীন সেৱা আৰু প্ৰসুতি বিভাগ খোলা থাকিব বুলি জনাই মন্ত্ৰী শৰ্মাই।

এনেদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খনক সম্পূৰ্ণ কোভিদ-১৯ চিকিৎসালয়লৈ উন্নীত কৰা হ’ব বুলি তেওঁ কয়।

আনহাতে, স্বাস্থ্য মন্ত্ৰী শৰ্মাই গুৱাহাটী মহানগৰীৰ ৩৫ খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ সৈতে ৰাজ্য চৰকাৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে বুলি উল্লেখ কৰি ৰাজ্যৰ সাধাৰণ ৰোগী সকলে সেই চিকিৎসালয় সমূহত চিকিৎসা গ্ৰহণ কৰিব পাৰিব বুলি মন্তব্য কৰে।

চৰকাৰে সাধাৰণ ৰোগী সকলৰ চিকিৎসাৰ বাবে ব্যয় হোৱা ধন সেই ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহক বহন কৰিব বুলিও মন্ত্ৰী শৰ্মাই লগতে কয়।

তদুপৰি, পৰৱৰ্তী সময়ত ডিব্ৰুগড় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়কো সম্পূৰ্ণ কোভিদ-১৯ চিকিৎসালয়লৈ উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰি ইয়াৰ ফলত ৰাজ্যত কোভিদ-১৯-ত আক্ৰান্ত হোৱা ব্যক্তিৰ চিকিৎসাৰ বাবে প্ৰায় ৪০০০-৫০০০ বিছনাৰ ব্যৱস্থা অতি সোনকালে হ’ব বুলিও শৰ্মাই কয়।

Recent News

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd