• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউন: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ প্ৰধান মন্ত্ৰীলৈ চিঠি

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 1, 2020 5:36 pm
APCC Prez Ripun Bora's reply over Himanta Biswa Sarma's comment
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ সময়ত অসম চৰকাৰে ৰাজধৰ্ম পালন নকৰা বুলি অভিযোগেৰে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে।

“কৰ’না মহামৰীৰ পৰা বাচিবলৈ ৰাইজে চেষ্টা কৰি আছে৷ এনে এক দুৰ্যোগৰ সময়ত অসম চৰকাৰে মানৱীয় দৃষ্টিভংগী আৰু চৰকাৰৰ ৰাজধৰ্ম পৰিহাৰ কৰি তেওঁলোকৰ কিছুমান নেতা, পালিনেতাই সম্পূৰ্ন ৰাজনৈতিক মুনাফা লাভৰ বাবে নামি পৰিছে,” প্ৰধান মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ৰিপুণ বৰাই কয়৷

Apply Now

তেওঁ লগতে কয়দেশজুৰি যি লকডাউন কৰা হৈছে এই লকডাউন ক্ষতিগ্ৰস্ত সকলো লোকক সাময়িকভাৱে সকাহ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক পেকেজ ঘোষণা কৰিছে ৷ ৩০ মাৰ্চত ৰাজ্য চৰকাৰেও কেইটামান আঁচনি ঘোষণা কৰিছে৷

কিন্তু গুৰুত্বপূৰ্ণ এই যে এই আঁচনিসমূহৰ হিতাধিকাৰীৰসকলক আচলতে পঞ্চায়ত বা সংশ্লিষ্ট বিভাগে গাওঁসভাৰ যোগেদি নিৰ্বাচন কৰিব লাগে৷ কিন্তু তাকে নকৰি বিজেপি দলে তেওঁলোকৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি ব্লক আৰু সমষ্টি পৰ্যায়ৰ নেতা-পালিনেতাই ঘৰে-ঘৰে গৈ তালিকা প্ৰস্তুত কৰাৰ লগতে দুখীয়া মানুহৰ পৰা টকা সংগ্ৰহ কৰাৰ অভিযোগ আহিছে৷

কিন্তু তেওঁলোকে যি তালিকা প্ৰস্তুত কৰিছে তাত কংগ্ৰেছী সমৰ্থকসকল বা বিজেপিৰ সমৰ্থক নোহোৱাসকল তালিকাৰ পৰা বঞ্চিত হৈছে৷ এই ক্ষেত্ৰত তেওঁ প্ৰধান মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে৷

বিজেপিৰ নেতাই প্ৰচাৰ কৰি দিছে যে ৰাইজক চাউল দিয়া হ’ব কিন্তু সকলো ৰাইজ ওলাই আহিছে নাই প্ৰয়োজন অনুসৰি চাউল৷

“লগতে ব্যৰ্থ হৈছে লকডাউন ৷ সামাজিক দূৰত্ব ব্যৰ্থ হৈছে৷ সকলো নীতি-নিয়ম মানি ঘৰে-ঘৰে দিব লাগে চাউল,” বৰাই কয়৷

চাহ শ্ৰমিকসকলৰ  জীৱনক লৈ চৰকাৰে খেলা খেলিব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে৷

“মালিক পক্ষৰ স্বাৰ্থত বাগানসমূহ খোলাৰ যি সিদ্ধান্ত লৈছে আমি তাক বিৰোধিতা কৰিছো,” বৰাই জনায়৷

Tags: COVID19
দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd