• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

NRCৰ বাবে পৰিচিত প্ৰতীক হাজেলাক স্বাস্থ্য বিভাগৰ আয়ুক্ত পদৰ পৰা অপসাৰণ

বুধবাৰে মধ্য প্ৰদেশ চৰকাৰৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে হাজেলাক অপসাৰণৰ নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2020 8:58 am
Prateek Hejela

প্ৰতীক হাজেলাৰ ফাইল ছবি

3k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত পদৰ পৰা পৰা প্ৰতীক হাজেলাক অপসাৰিত কৰে।

উল্লেখ্য যে প্ৰতীক হাজেলা যোৱা বছৰৰ নৱেম্বৰলৈকে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)ৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্বত আছিল।

মধ্য প্ৰদেশ চৰকাৰৰ এটা ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা মতে, ক’ৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ ক্ষেত্ৰত হাজেলাৰ কাম-কাজত সন্তুষ্ট নহয় মুখ্য মন্ত্ৰী চৌহান। সেয়ে তেওঁক এই পদৰ পৰা অপসাৰিত কৰা বুলি জানিব পৰা গৈছে।

এতিয়া এই পদত মধ্য প্ৰদেশ চৰকাৰে ১৯৯৬ বৰ্ষৰ IAS বিষয়া ফৈজ আহমদ কিদৱাইক দায়িত্ব প্ৰদান কৰিছে।

‘মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে ক’ৰ’না ভাইৰাছ সন্দৰ্ভত ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে পৰ্যালোচনা কৰাত হাজেলাৰ কাম-কাজত অসন্তুষ্ট হয় আৰু তেওঁক সেই পদৰ পৰা অপসাৰিত কৰাৰ নিৰ্দেশ দিয়ে’, নাম প্ৰকাশত অনিচ্চুক মধ্য প্ৰদেশৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিব দিয়ে।

ইফালে সাংবাদিকে হাজেলাৰ অপসাৰণৰ কাৰণ জানিব বিচৰাত মুখ্য মন্ত্ৰী চৌহানে কয়, ‘ৰাজ্যৰ সকলো কৰ্মচাৰীয়ে ভাল কাম কৰি আছে। মেডিকেল ষ্টাফ, নাৰ্চ, আৰক্ষী, বিভিন্ন জৰুৰী বিভাগ, পৌৰ নিগমৰ কৰ্মচাৰী সকলে ভাল কাম কৰি আছে, কিন্তু অবহেলা সহ্য কৰা নহ’ব’।

উল্লেখ্য যে হাজেলাই ২০১৩চনৰ পৰাই অসমত এন আৰ চি প্ৰস্তুতিৰ কামৰ অনুশীলনৰ নেতৃত্ব দি আহিছিল। ৰাজ্য চৰকাৰ তথা বিজেপিৰ সমালোচনাৰ মাজতে ২০১৯ বৰ্ষৰ ১৮ অক্টোবৰত হাজেলাক উচ্চতম ন্যায়ালয়ে মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ দিছিল।

Recent News

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd