• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’ণাত আক্ৰান্ত ৰোগীয়ে য’তে ত’তে পেলাইছে থু : হিমন্ত বিশ্ব শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 3, 2020 5:28 pm
1k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনিছে এক বিস্ফোৰক অভিযোগ। গোলাঘাট অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত চিকিৎসাধীন ক’ৰ’নাত আক্ৰান্ত ৰোগী তথা কুৱাৰেণ্টাইনত থকা লোকসকলে য’তে ত’তে থু পেলোৱা বুলি উল্লেখ কৰি দুখ প্ৰকাশ কৰে।

‘ৰোগী কেইজনৰ মনত এটা ধাৰণা আছে যে আমি ঠিকেই আছো। গোলাঘাট অসামৰিক চিকিৎসালয়ত কুৱাৰেণ্টাইনত থকা ব্যক্তিয়ে ভাবিছে আমি জোৰ কৰি লৈ আহিছো গতিকে থু মাৰি অৱস্থা বেয়া কৰি আছে। মই শুনি দুখ পালো যে ওপৰৰ পৰা ৰোগীসকলে থুই মাৰি আছে। চিকিৎসালয়খন পৰিদৰ্শনকালত সংবাদ মাধ্যমৰ আগত শৰ্মাই এইদৰে কয়।

তেওঁ কয় ‘ওপৰৰ মহলাৰ পৰা থু পেলাওঁতে তলত যদি গৰ্ভৱতী মহিলা, বৃদ্ধ লোকৰ গাত থুইটো পৰে তেন্তে তেওঁৱো আক্ৰান্ত হৈ যাব।‘

ইপিনে ৰোগীসকলৰ মুৰব্বীৰ প্ৰতি হিমন্তই আহ্বান জনাই কয় ‘মুৰব্বীসকলে টেলিফোনত ৰোগীসকলক বুজাব লাগে থুই মাৰি দিলে তাৰ পৰা কাৰোবাৰ গাত যদি থু পৰে তেওঁৰ হৈ যাব পাৰে। এইধৰণৰ কাম কৰিব নালাগে। সকলোৱে সহযোগ কৰি এই সময় পাৰ কৰিব লাগে।‘

‘ৰোগ সকলোৰে হ’ব পাৰে, মোৰো হ’ব পাৰে, মই গোটেইখন ঘুৰি ফুৰিছো। ৰোগটো আছে যিহেতু হ’বই কিয়নো ৰোগটো ইংলেণ্ডৰ ৰজাৰ হৈছে, প্ৰধান মন্ত্ৰীৰ হৈছে। গতিকে এই ৰোগ হোৱাজনে নিজে ভাবিব নালাগে যে আমাক অন্যায় কৰিছে।‘ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

তেওঁ লগতে কয় ‘১৪ দিন কুৱাৰেণ্টাইনত থাকক নহ’লে আপোনালোকৰ পৰা সমাজখনলৈ শুচৰিব। ডাক্তৰসকলক অনুৰোধ জনাইছো ভিতৰত গ’লে ৰোগীসকলক ৰোগটোৰ বিষয়ে বুজাই দিব।‘

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd