• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুছলমান অধ্যুষিত অঞ্চলসমূহক চৰকাৰে নিষিদ্ধ ঘোষণা কৰিব লাগে : মুমিনুল আৱাল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 3, 2020 5:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমত মুছলমান মানুহৰ দ্বাৰা ক’ৰ’না বিয়পী পৰিছে বুলি স্পষ্ট হৈ পৰিছে। মুছলমান অধ্যুষিত অঞ্চলসমূহক চৰকাৰে নিষিদ্ধ ঘোষণা কৰিব লাগে। যাতে এই অঞ্চলৰ পৰা এনেধৰণৰ বেমাৰ বিয়পিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে চৰকাৰ কঠোৰ হ’ব লাগে।‘ নিজামুদ্দিনৰ জামাতত অংশগ্ৰহণ কৰিবলৈ যোৱা ১৬ গৰাকী মুছলমান লোকৰ দেহত কভিড-১৯ ৰোগ ধৰা পৰাৰ পাছতে ফেইচবুক লাইভৰ জৰিয়তে এই মন্তব্য কৰে সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে।

তদুপৰি, মাদ্ৰাছা আৰু মছজিদৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অধিক নজৰ দিব লাগে বুলি দাবী কৰি লগতে কয় ‘মাদ্ৰাছা আৰু মছজিদ সমূহত চৰকাৰে তালাচী চলোৱাৰ ব্যৱস্থা কৰিব লাগে। লগতে তবলিগী জামাত নিষিদ্ধ কৰিব লাগে।‘

Apply Now

ফেইচবুক লাইভটোত আৱালে আৰু কয় ‘ময়ো এজন ইছলামধৰ্মী মানুহ যদিও এটা কথা উপলব্ধি কৰো যে অধিকাংশ ইছলামধৰ্মী লোকে বিজেপিক বেয়া পায় আৰু নৰেন্দ্ৰ মোদীক বেয়া পায়। সেইকাৰণে চৰকাৰে দিয়া নিৰ্দেশনা নামানো নুবুজো আৰু নুশুনো হৈ আছে। এনেধৰণৰ মানসিকতা লৈ থকাৰ কাৰণে এনেকুৱাধৰণৰ পৰিস্থিতি আহি পৰিছে।‘

আৱালৰ মতে ‘অসমৰ বুদ্ধিজীৱীসকলেও চৰকাৰৰ এই প্ৰচেষ্টাত হিন্দুত্বৰ গোন্ধ পাইছে।‘

ইপিনে, সুৰুঙা বুজি আৱালে মৌলৱীসকলকো আক্ৰমণৰ লক্ষ্য কৰি কয় ‘মুছলমানৰ মৌলৱীসকলে গোড়ামীৰে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে যে আল্লাই আমাক বচাব, আল্লাই আমাক ৰেহেম কৰিব। ৰাজ্য চৰকাৰ অধিক কঠোৰ হোৱাৰ প্ৰয়োজন আছে।

তেওঁ লগতে কয় ‘জমিয়তৰ সম্পাদক ফজলুল কৰিম কাছিমী, এআইয়ুডিএফৰ বিধায়ক আমিনুল ইছলাম আৰু গোলাঘাট বাতিকুৰীয়াৰ আশ্বিক ইলাহীয়ে বুধবাৰে বিভিন্ন ভুল তথ্যৰে মানুহৰ সন্মুখত বিভ্ৰান্তিমূলক পৰিৱেশৰ সৃষ্টি কৰিছে। এয়া তেওঁলোকে জানি-বুজি কৰা চক্ৰান্ত। এই তিনিজন ব্যক্তিৰ ওপৰত চৰকাৰে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।‘

Tags: COVID19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd