• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না মহামাৰীৰ সময়তো নিজৰ কৰ্তব্য সম্পাদন কৰি থকা ৰাজ্যৰ বনকৰ্মী সকলক পৰিমল শুক্লবৈদ্যৰ আন্তৰিক কৃতজ্ঞতা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 8, 2020 12:28 pm
9.6k
VIEWS
Share on FacebookShare on Twitter

বনমন্ত্ৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ক’ৰ’না মহামাৰীৰ দুৰ্যোগৰ সময়ত জীৱনক তুচ্ছ কৰি সুচাৰূপে কৰ্তব্য পালন কৰি থকা ৰাজ্যৰ বনবিভাগৰ কৰ্মচাৰী সকলক ধন্যবাদ জনায়।

‘‘এই সময়ছোৱাত আপোনালোকে বন্য প্ৰাণীবোৰক সুৰক্ষা প্ৰদানৰ বাবে যিদৰে কৰ্তব্য পালন কৰিছে সেই পদক্ষেপক বিভাগীয় মন্ত্ৰী হিচাপে মই আদৰণি জনোৱাৰ লগতে প্ৰশংসা কৰিছো,’’ পৰিমল শুক্লবৈদ্যই কয়।

আনহাতে, বন বিভাগৰ কৰ্মচাৰী সকলে কোভিদ-১৯ৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ হকে স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি-নিৰ্দেশনা অনুসৰি সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত প্ৰচাৰ চলাব লাগে বুলিও কৰ্মচাৰী সকলক শুক্লবৈদ্যই আহ্বান জনায়।

তদুপৰি, ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে এতিয়াৰ পৰা ৰাজ্যৰ আৱকাৰী বিভাগে সুলভ মূল্যত চেনিটাইজাৰ প্ৰস্তুত কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি বৰ্তমান বজাৰত অধিক মূল্যত চেনিটাইজাৰ বিক্ৰী হৈ আছে বাবে চৰকাৰৰে কম মূল্যত ৰাইজক যোগান ধৰাৰ বাবে এই প্ৰয়াস কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে।

গুৰুত্বপূৰ্ণ কথা এই যে, মহামাৰী ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যবাসীৰ বাবে আৱকাৰী বিভাগে প্ৰস্তুত কৰিব ৫লাখ লিটাৰ হেণ্ড চেনিটাইজাৰ।

বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হ’ব এই চেনিটাইজাৰ। এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী শুক্ল বৈদ্যই।

মহানগৰীৰ জনতাৰ বাবে হেণ্ড চেনিটাইজাৰ উপলব্ধ হ’ব পাঞ্জবাৰী বিপনণ ক্ষেত্ৰ, বেলতলা লক্ষ্মী মন্দিৰৰ সমীপত জেডিবি ছুপাৰ মাৰ্কেটত।

Tags: COVID-19

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd