• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীত হ’ম ডেলিভাৰীৰ বিপৰীতে ৰাস্তাতে বহিল মাংস দোকানী; গ্ৰাহকৰ হেতা-ওপৰা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 12, 2020 1:33 pm
16.6k
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ বাবে স্তব্ধ সকলো। বন্ধ হৈ আছে মাংসৰ বিপনী সমূহ। প্ৰশাসনে মহানগৰবাসীক মাংস যোগান ধৰিবলৈ লৈছিল বিশেষ পদক্ষেপ। কিন্ত সকলো এতিয়া ধোৱাচাঙত।

উল্লেখযোগ্য যে মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশনাত ঘৰে ঘৰে গৈ মাংস যোগান ধৰিব লাগিব বুলি স্পষ্টভাৱ উল্লেখ আছে। ভেণ্ডৰসকলে মুকলিকৈ মাংস বিক্ৰি কৰিব নোৱাৰিব। কিন্তু ইয়াৰ এখন ওলোটা ছবিহে আজি দেখা যায় খাৰঘূলিৰ বেলতলত।

খাৰঘূলিৰ বেলতল শিৱমন্দিৰৰ ওচৰত মাংস বিক্ৰীৰ অনুজ্ঞাপত্ৰ লাভ কৰা এগৰাকী ভেণ্ডৰে আজি মুকলিকৈ ব্ৰয়লাৰ মাংস বিক্ৰী কৰে। উপস্থিত নাই আৰক্ষী প্ৰশাসনৰ কোনো লোক। ফলত মাংস কিনিবলৈ অহা গ্ৰাহকৰ যথেষ্ট ভিৰ দেখা যায়। আনহাতে ভেণ্ডৰ গৰাকীয়ে প্ৰশাসনে বান্ধি দিয়া নিয়ম উলংঘা কৰি গ্ল’ভছ, মাস্ক আদি নিপিন্ধাকৈ মাংস বেচা দেখা যায়।

ইপিনে প্ৰশাসনে মহানগৰৰ বিভিন্ন অঞ্চলত মাংসৰ হ’ম ডেলিভাৰীৰ বাবে মোবাইল নম্বৰসহ ভেণ্ডৰসকলৰ এখন তালিকা প্ৰকাশ কৰিছিল যদিও Assam Livestock and Poultry Corporationৰ বাহিৰে আন নম্বৰবিলাকত গ্ৰাহকে যোগাযোগ কৰিব পৰা নাই। বেছিভাগ নম্বৰত ফোন কৰিলে হয় ব্যস্ত নহয় ছুইটছ অফ দেখুৱাই।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd