• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তাবলিঘি জামাত মুৰব্বীৰ বিৰুদ্ধে ইডিৰ গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2020 9:42 pm
Nizamuddin’s Tablighi Jaamat spread Corona virus in 23 states & UTs: Centre

নিজামুদ্দিনৰ জামাতত অংশ লোৱা লোক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এনফ’ৰ্চমেণ্ট ডিৰেক্তৰেটে নিজামুদ্দিনৰ তাবলিঘি জামাতৰ সমগ্ৰ ধন আহৰণৰ প্ৰক্ৰিয়াটো তদন্ত কৰাৰ বাবে এক গোচৰ ৰুজু কৰিছে।

বাতৰি মতে, ধৰ্মীয় সমাৱেশ আৰু বিভিন্ন ৰাজ্যলৈ বিদেশীসকলৰ ভ্ৰমণৰ আয়োজন কৰিবলৈ ভাৰত আৰু দেশৰ বাহিৰৰ পৰাও জামাতলৈ অহা ধনৰ তদন্ত কৰিব সংস্থাটোৱে।

Apply Now

এই সন্দৰ্ভত জামাতৰ মুৰব্বী মৌলানা মহম্মদ ছাদ আৰু এইজনমান সহযোগীলৈ শীঘ্ৰেই চমন জাৰি কৰা হ’ব বুলি বাতৰিটোত প্ৰকাশ।

চৰকাৰী তথ্য মতে, ৭ এপ্ৰিললৈকে দেশৰ প্ৰায় ৩৫ শতাংশ ক’ভিড-১৯ পজিটিভ ঘটনাৰ কাৰণ আছিল জামাতৰ সদস্য।

তাবলিঘি জামাতৰ মুৰব্বী আৰু পাঁচজনৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই পঞ্জীয়ন কৰা এজাহাৰৰ আধাৰত প্ৰিভেনচন অৱ মানি লণ্ডাৰিং এক্তৰ অধীনত এই তদন্ত কৰা হ’ব।

দেশজোৰা লকডাউন উলংঘন কৰাৰ বাবে জামাতীকেইজনৰ বিৰুদ্ধে এপিডেমিক ডিজিজ এক্ত ১৮৯৭ আৰু ভাৰতীয় দণ্ড বিধিৰ আধাৰত জামাতৰ মুৰব্বী আৰু সহযোগীকেইজনৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

আয়কৰ বিভাগেও শীঘ্ৰেই তাবলিঘি জামাতৰ ন্যাসৰক্ষীসকলৰ বিৰুদ্ধে তদন্ত কৰিব বুলি প্ৰকাশ।

জামাতীৰ সংস্পৰ্শলৈ অহা প্ৰায় ২৬,০০০ লোকক দেশজুৰি কুৱাৰেণ্টাইন কৰা হৈছে।

ভিজা চৰ্ত উলংঘনৰ বাবে প্ৰায় ১৮০০ বিদেশী জামাতীক গৃহ মন্ত্ৰ্যালয়ে ব্লেকলিষ্টেড কৰিছে।

জামাতৰ মুৰব্বী ছাদে এতিয়াও কুৱাৰেণ্টাইনত থকা বুলি দাবী কৰি আছে আৰু দিল্লী আৰক্ষীৰ তদন্তত সহযোগ কৰা নাই।

দিল্লী চৰকাৰ আৰু আৰক্ষীৰ মতে জামাতৰ সদস্যসকলক বহু পূৰ্বেই নিজামুদ্দিনৰ মাৰ্কাজ এৰিবলৈ কোৱা হৈছিল, কিন্তু তেওঁলোকে সেয়া উলংঘন কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm
পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm
পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd