• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না ভাইৰাছ; এইবাৰ দুটা মেকুৰীৰ শৰীৰত ধৰা পৰিছে কোবিড১৯

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2020 11:30 am
cat-image-2-600x375
5.2k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে নিউয়ৰ্কত দুটা মেকুৰীৰ শৰীৰত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

ইণ্ডিয়া টুডে’ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে যোৱা বুধবাৰে দেশখৰ দুটা মেকুৰীৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে।

মেকুৰী দুটা দেশখনৰ দুখন ভিন্ন ঠাইৰ বুলি জানিব পৰা গৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডিপাৰ্টমেন্ট অৱ এগ্ৰিকালচাৰ আৰু ফেডাৰেল চেন্টাৰ্ছ ফ’ৰ ডিজিছ ক’ন্ট্ৰল এণ্ড প্ৰিভেনশ্যনই প্ৰকাশ কৰা তথ্য যঅনুসৰি মৃদু স্বাস-প্ৰশ্বাসজনিত সমস্যাত আক্ৰান্ত মেকুৰী দুটাৰ শৰীৰলৈ ক’ৰ’নাক্ৰান্ত গৃহস্থ অথবা চুবুৰীয়াৰ পৰা এই ভাইৰাছবিধ সংক্ৰমিত হৈছে।

পশু চিকিৎসাৰ পৰীক্ষাগাৰত মেকুৰী দুটাৰ শৰীৰৰ নমুনা পৰীক্ষা হৈছিল।

উল্লেখ্য যে, ইতিমধ্যে ব্ৰ’নক্স চিৰিয়াখানৰ কিছু বাঘ আৰু সিংহৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰাৰ পিছত বিশ্বজুৰি কিছু বন্যপ্ৰাণীৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি নিশ্চিত কৰা হৈছে।

লগতে পঢ়ক :  কৰ’না ভাইৰাছৰ পৰা সাৰি নগ’ল বাঘো; শৰীৰত ধৰা পৰিল COVID-19 পজিটিভ

ইফালে আমেৰিকাৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে মানুহৰ শৰীৰ পৰা কিছু প্ৰাণীৰ শৰীৰলৈ ক’ৰ’না ভাইৰাছ সংক্ৰমিত হৈছে যদিও বৰ্তমানলৈকে জন্তুৰ শৰীৰৰ পৰা জন্তু অথবা মানুহলৈ সংক্ৰমণৰ কোনো তথ্য লাভ কৰা নাই।

দুটা মেকুৰীৰৰ শৰীৰত কোভিড১৯ পোৱাৰ পিছত দেশখনত ঘৰুৱা কুকুৰ আৰু মেকুৰীবোৰক নিজৰ ঘৰতে আৱদ্ধ কৰিবলৈ কোৱা হৈছে।

চিকিৎসা বিজ্ঞানীসকলে মানৱ শৰীৰ আৰু জন্তুৰ শৰীৰত আৱিষ্কৃত ক’ৰ’না ভাইৰাছৰ মাজত কিবা যোগসূত্ৰ আছে নেকি সেই অধ্যয়ন অব্যাহত ৰাখিছে।

Tags: COVID-19

Recent News

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd