• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ছিকিম

২৩ ফেব্ৰুৱাৰিৰ পৰা ছিকিম বিজেপি যুৱ মৰ্চাই ৰূপায়ন কৰিব ধৰ্ণা কাৰ্যসূচী

সাগৰ চেত্ৰী by সাগৰ চেত্ৰী
February 19, 2018 9:57 pm
Members of BJP youth wing in Sikkim after a meeting on February 19
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছিকিম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টীৰ ভাতৃ সংগঠন যুৱ মৰ্চাই অহা ২৩ আৰু ২৪ ফেব্ৰুৱাৰিত দুদিনীয়া কাৰ্যসূচীৰে জিলা কালেক্টৰেট বিভাগৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিব। আজি পূব ছিকিমৰ চিংতামত অৱস্থিত যুৱ মৰ্চাৰ মাণ্ডলিক কাৰ্যালয়ত আয়োজিত এক আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লখ্য যে আজি অনুষ্ঠিত বৈঠকত ৰাজ্যিক সভাপতি ডিবি চৌহান, যুৱ কাৰ্যকৰী সভাপতি লাটেন ছেৰপাৰ লগতে মৰ্চাৰ অন্যান্য বিষয়ববীয়াৰ লগতে বিভিন্ন নেতা উপস্থিত আছিল।

Apply Now

বিজেপিয়ে প্ৰকাশ কৰা এখন প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে যে ৰাজ্যখনত সংঘটিত হোৱা ৰামপণ্ট দুৰ্নীতিৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰি ৰাজ্যখনত অভাৱনীয় হাৰত বৃদ্ধি পোৱা নিবনুৱা সমস্যা সন্দৰ্ভত ৰাজ্য চৰকাৰে কোনো বিহিত ব্যৱস্থা নোলোৱা তথা অন্য স্পৰ্শকাতৰ সমস্যা সমূহ নিষ্পত্তি নকৰাৰ অভিযোগ উত্থাপন কৰিয়েই এই প্ৰতিবাদী কাৰ্যসূচী লোৱা হয় বুলি জনায় ৰাজ্যিক সমিতিয়ে।

আনহাতে গিয়ালছিং বাৰমিয়ক সমষ্টিৰ বিভিন্ন অঞ্চলৰ আঞ্চলিক দলৰ পৰা অৰ্জুন চুব্বা আৰু ৰাজীৱ চুব্বাৰ নেতৃত্বত প্ৰায় ২০ জন যুৱ নেতাই আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে বুলিও বিবৃতিযোগে প্ৰকাশ কৰে।

বিবৃতিখনত আৰু উল্লেখ আছে যে পূব জিলাৰ পাৰ্টী অধ্যক্ষই সংগঠনটোৰ নতুন সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়।

মদন কাৰ্কী আৰু গোপাল প্ৰধানক পূব জিলাৰ উপ সভাপতি, জিগদেল ভূটিয়াক কোষাধ্যক্ষ, শান্তি শৰ্মা আৰু এলপি আচাৰ্য্যক যুটীয়া সম্পাদক আৰু এছকে শাস্ত্ৰীক সাধাৰণ সম্পাদক ৰূপে দায়িত্ব প্ৰদান কৰা হয়।

সাগৰ চেত্ৰী

সাগৰ চেত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd