• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’নাৰ ত্ৰাস; নৱ শৰণীয়াৰ পাছতে বিটিআৰত ৰাজ্যপালৰ শাসনৰ দাবী বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ

বিটিআৰত হ’ব নেকি ৰাজ্যপালৰ শাসন?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 25, 2020 6:44 pm
Ranjeet Das Story Photo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশজুৰি ক’ৰ’না ভাইৰাছে সন্ত্ৰাস চলাইছে। অসমতো এই ভাইৰাছৰ আতংকই বিৰাজ কৰিছে। ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিটিএডিত বাতিল কৰা হ’ল যোৱা ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া পৰিষদীয় নিৰ্বাচন।

সেয়েহে বিটিআৰত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তনৰ দাবী তুলিছিল কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই। তেওঁ আনকি ৰাজ্যপালক সাক্ষাৎ কৰি এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

Apply Now

শৰণীয়াৰ পাছতে এইবাৰ বিটিআৰত ৰাজ্যপালৰ শাসন দাবী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

শনিবাৰে মন্ত্ৰী ক’লনিত এক সংবাদমেল সম্বোধন কৰি দাসে বিটিএডিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰিবলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক আহ্বান জনায়।

‘সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিটিএডিৰ শাসনভাৰ ৰাজ্যপালৰ হাতলৈ নিব লাগে। নিৰ্বাচন ঘোষণা নোহোৱা সাধাৰণ অৱস্থাত বিটিএডিৰ কাৰ্যকাল সম্প্ৰসাৰণ(Extension)ৰ সাংবিধানিক ব্যৱস্থা থাকে যদিও বিটিএডিত ইতিমধ্যেই নিৰ্বাচন ঘোষণা কৰা হোৱাৰ পৰিপ্ৰেক্ষিতত তথা ক’ৰ’না মহামাৰীৰ কাৰণে তাৎক্ষণিকভাৱে উদ্ভৱ হোৱা এই পৰিৱেশ-পৰিস্থিতিত নিৰ্বাচন অনুষ্ঠিত কৰাটো অসম্ভৱ।‘ সংবাদমেলত দাসে এইদৰে কয়।

সেয়েহে বিটিএডি নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত বিটিএডিৰ শাসনভাৰ অসমৰ ৰাজ্যপালে নিজৰ হাতলৈ আনিবৰ কাৰণে ৰাজ্যপালক আহ্বান জনায়।

ইতিমধ্যে যোৱা ১৬ এপ্ৰিলত এই সন্দৰ্ভত ৰাজ্যপালক সাক্ষাৎ কৰি বিটিএডিত ৰাজ্যপালৰ শাসনৰ দাবী তুলি স্মাৰক পত্ৰ প্ৰদান কৰিছিল ৰাজ্যিক বিজেপিয়ে।

‘ৰাজ্যপালৰ নিৰ্বাচনৰ দিন বৃদ্ধি কৰাৰ ক্ষমতা আছে তথাপি নিৰ্বাচন ঘোষণা হৈ যোৱাৰ পাছত সেই সীমা বৃদ্ধি কৰিব নোৱাৰে। এই নীতিৰ আধাৰত আমি তেওঁক অনুৰোধ জনাইছিলো যাতে তেওঁ নিজে বিটিআৰৰ শাসনভাৰ লয়।‘ সংবাদমেলত দাসে এইদৰে কয়।

এইক্ষেত্ৰত ৰাজ্যপালে বিহিত ব্যৱস্থা ল’ব বুলি দাসে আশা প্ৰকাশ কৰে।

গণ সুৰক্ষা পাৰ্টী, সাংসদ নৱ শৰণীয়াৰ পাছতে শাসকীয় দল বিজেপিয়ে ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁৰ শাসন দাবী কৰাৰ পাছত এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয় ‘বিটিআৰত হ’ব নেকি ৰাজ্যপালৰ শাসন?’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd