• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি আছিল ঋষি কাপুৰৰ সেই অকপট চিন্তা যিটো তেওঁ টুইটাৰতো ব্যক্ত কৰিছিল?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2020 3:29 pm
rishi-kapoor-returns-to-india-after-11-months-920x518
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য প্ৰয়াত বলীউদৰ প্ৰসিদ্ধ অভিনেতা ঋষি কাপুৰে তেওঁৰ মনলৈ অহা যিকোনো চিন্তা অকপটে টুইট কৰি ব্যক্ত কৰিছিল।

বিগত কিছুদিন ধৰি তেওঁ কৰ’না সন্দৰ্ভত প্ৰায়ে টুইট কৰিছিল আৰু স্পষ্টভাৱে নিজৰ মত ব্যক্ত কৰিছিল।

Apply Now

গায়িকা কমিকা কাপুৰ কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পাছত সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰকাশ পাইছিল। ২০ মাৰ্চত ঋষি কাপুৰে কৰা টুইটটোত এপিনে কণিকা কাপুৰ আৰু আনফালে ৰাণা কাপুৰৰ ফটো দেখা গৈছিল।

ঋষি কাপুৰে লিখিছিল: ‘’আজিকালি কাপুৰসকলৰ বেয়া সময় আহিছে। শংকিত হৈছো। হে মালিক বাকী কাপুৰসকলক ৰক্ষা কৰা! কেতিয়াও যাতে কোনো ভুল কাম নহয়। জয় মাতা ডী!’’

য়েছ বেংক গোচৰত ৰাণা কাপুৰ আৰু তাৰ পাছত কণিকা কাপুৰৰ ঘটনাটো পোহৰলৈ অহাৰ পাছত অভিনেতাগৰাকীয়ে ইয়াৰ ওপৰত এক প্ৰকাশ ব্যংগ কৰিছিল।

Aaj kal kuch “Kapoor”logon pe time bhaari hai. Darta hoon. Hey Malik raksha karna doosre “Kapoor-on”ki! Koi galat kaam na ho kabhi. Jai Mata Di! pic.twitter.com/gPyHJvGGaY

— Rishi Kapoor (@chintskap) March 20, 2020

নিজৰ টুইটাৰ প্ৰ’ফাইল ষ্টেটাছত লিখা তেওঁৰ এষাৰ কথাত তেওঁৰ মনৰ আশংকা প্ৰকাশ পাইছিল। তাত লিখিছিল যে,’মই বুজি নাপাও যে মানুহে বুজি পাব পাৰে। মোৰ জীৱন প্ৰণালীৰ বিষয়ে কোনো ঠাট্টা, কিছুমান মন্তব্য, মই আপোনাক ব্লক কৰি দিম। বাকী আপোনাৰ হাতত।‘’

আচলতে, কিছুমান লোকে কৰ’না মোকাবিলা কৰাৰ সম্পৰ্কত ভাৰতৰ ওপৰত মন্তব্য কৰাৰ লগতে তেওঁৰ জীৱন প্ৰণালীৰ সম্পৰ্কতো মন্তব্য কৰিছিল। ইয়াৰ বাবে তেওঁ বৰ ব্যথিত হৈ পৰিছিল।

কৰ’নাৰ পৰা পৰিত্ৰাণৰ বাবে তেওঁ চিকিৎসক,নাৰ্ছ, স্বাস্থ্য কৰ্মী তথা আৰক্ষীৰ ওপৰত আক্ৰমণৰ তেওঁ বিৰোধিতা কৰিছিল।

নিৰৱিচ্ছিন্ন এনে ঘটনাৰ বাবে তেওঁ দেশত ইমাৰজেন্সিৰ পোষকতা কৰিছিল। তেওঁ আনকি এনে ঘটনা ৰোধৰ বাবে সেনা নিয়োগৰ কথাও সদৰী কৰিছিল।

বহু গুৰুত্বপূৰ্ণ কথাও তেওঁ অকপটে ব্যক্ত কৰিছিল। কৰ’নাৰ বাবে লকডাউন চলি থকা সময়ত সুৰা উপলব্ধ কৰাৰ কথাও কৈছিল। তেওঁ লিখিছিল যে ৰাজ্য চৰকাৰসমূহক আৱকাৰীৰ পৰা পইচা লাগে। নিৰাশা হতাশালৈ সলনি হোৱা উচিত নহয়। লোকে সুৰা যেতিয়া পান কৰিয়েই আছে তেতিয়াহ’লে ইয়াক আইনসন্মত কৰি দিয়া হওক। ব্লেকতটো বিক্ৰী হৈয়েই আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd