• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘দুহেজাৰ গৰাকী শিক্ষক-কৰ্মচাৰীৰ বিনা বেতনে অৱসৰ, দুই শতাধিকে সাৱতিলে মৃত্যু’ : লাষ্টগে’টত ধৰ্মঘট অসম শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 20, 2018 5:39 pm
অসম শিক্ষক- কৰ্মচাৰী ঐক্যমঞ্চ। ফাইল ফটো।

অসম শিক্ষক- কৰ্মচাৰী ঐক্যমঞ্চ। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপি চৰকাৰে শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল’ বুলি দাবী কৰি অসম শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চ -ই অসমৰ ‘অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকীকৰণ কৰাৰ দাবীত’ মঙলবাৰে দিছপুৰ লাষ্টগে’টত প্ৰতিবাদ সাব্যস্ত কৰে।

মঞ্চৰ সভাপতি কুশল কুমাৰ হালৈয়ে দাবী কৰে যে ‘শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতিৰ কথাটো ৰেকৰ্ডিং কৰি ৰখাৰ কথা কৈছিল’।

Apply Now

শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘ৰাজ্যৰ ৬৭৯৫ খন শিক্ষানুষ্ঠানত কৰ্মৰত প্ৰায় ৩৫,০০০ শিক্ষকক ফুটা-কড়ি এটাও নিদি’ ‘প্ৰাদেশিকীকৰণৰ বিপৰীতে তেওঁ আমাক ভাতে-প্ৰাণে মৰাৰ লগতে বিদ্যালয়সমূহ বন্ধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে’ বুলি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তেওঁ বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

‘সুদীৰ্ঘ ২৫-৩০ বছৰ বিনা বেতনে শিক্ষাক্ষেত্ৰত সেৱা আগবঢ়াই’ অহা শিক্ষক-কৰ্মচাৰীসকলে ‘শিক্ষামন্ত্ৰীৰ প্ৰবঞ্চনা আৰু মাধ্যমিক শিক্ষা আয়ুক্ত আৰ চি জৈনৰ কুটিল ষড়যন্ত্ৰৰ বাবে’ আজিও একে অৱস্থাতে থাকিব লগা হৈছে বুলি সংগঠনটোৱে অভিযোগ কৰে।

অসম শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চই ‘বৰ্তমানলৈকে প্ৰায় ২০০০ গৰাকী শিক্ষক-কৰ্মচাৰীয়ে বিনা বেতনে অৱসৰ গ্ৰহণ কৰাৰ লগতে ২১৬ গৰাকীয়ে মৃত্যুবৰণ কৰিছে’ বুলি নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে।

খণ্ড শিক্ষা বিষয়াসকলে ‘বাৰেপতি আমাক নথি-পত্ৰ বিচাৰি হাৰাশাস্তি কৰা’ বুলি দাবী কৰি সংগঠনটোৱে অভিযোগ তোলে যে ‘শিক্ষা মন্ত্ৰীয়ে এই বিষয়াসকলক আমাৰ ওপৰত অত্যাচাৰ চলোৱাৰ বাট মুকলি কৰি দিছে’।

দৰ্মহা নোপোৱা এই শিক্ষক-কৰ্মচাৰীসকলৰ দুৰ্দশাৰ কথা ক’বলৈ গৈ সংগঠনটোৰ সভাপতিগৰাকীয়ে ‘বহু শিক্ষকে মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যা কৰিছে’ বুলিও উল্লেখ কৰে।

শিক্ষা মন্ত্ৰীৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি তেওঁ কয়, ‘শিক্ষা মন্ত্ৰীয়ে আমাৰ দুখ-দুৰ্দশা আওকাণ কৰি মণিপুৰ, ত্ৰিপুৰা অথবা অন্যান্য ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰতহে মনোনিবেশ কৰিছে।’

কিছুদিন পূৰ্বে চলিত বাজেট অধিৱেশনতে এজনো মন্ত্ৰী উপস্থিত নথকাৰ কথা আঙুলিয়াই তেওঁ ইয়াক ‘দুৰ্ভাগ্যজনক’ৰূপে অভিহিত কৰে।

অসম শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চই ‘প্ৰাদেশিকীকৰণৰপৰা বাদ পৰি থকা শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰা, মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ প্ৰাদেশিকীকৰণ কৰা, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৩ জনীয়া শিক্ষকৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰি ৫+১ আৰু ৬+১ এই পদ্ধতি বাহাল ৰখা’ ইত্যাদি দাবী সম্বলিত এক স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd