• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীক আক্ৰমণৰ ঘটনাত জড়িত সকলক উচিত শাস্তীৰ দাবী অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 1, 2020 1:07 pm
সংগঠনটোৰ প্ৰতীক চিহ্ন

সংগঠনটোৰ প্ৰতীক চিহ্ন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না মহামাৰী তথা ক’ভিদ-১৯ৰ ত্ৰাসৰ পৰা সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমো মুক্ত হোৱা নাই। যাৰ ফলশ্ৰুতিত চৰকাৰে লকডাউনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ হিতাৰ্থে।

ভাৰতবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজেও এই ক্ষেত্ৰত সহাৰি জনাইছে। কিন্তু এচামে এই ভয়াবহতা এতিয়াও উপলব্ধি কৰিব পৰা নাই। বৃহস্পতিবাৰে নিশা তেনে এক পৰিবেশেই সূচনা হোৱা পৰিলক্ষিত হয় লখিমপুৰৰ নাওবৈচাত।

Apply Now

লকডাউনৰ নীতি-নিয়ম উলংঘা কৰি সামাজিক দূৰত্ব পৰিহাৰ কৰি বে আইনীভাৱে একাংশ মুছলমান ধৰ্মাৱলম্বী লোকে মছজিদত নামাজ পঢ়ি থকা কাৰ্যৰ বাধা দিবলৈ যাওঁতে আৰক্ষীক বেয়াকৈ আক্ৰমণ কৰিছিল একাংশই।

চৰকাৰৰ নীতি-নিয়ম নমনা এই সকল লোকে চৰম সীমা অতিক্ৰম কৰা বুলি অভিহিত কৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই।

জনতাৰ স্বাৰ্থত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি যি সকল লোকে অহৰহ প্ৰহৰীৰ দৰে সেৱা আগবঢ়াইছে, সেইসকলৰ প্ৰতি আক্ৰমণৰ ঘটনা কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি অভিহিত কৰিছে সন্থাৰ সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে।

এই সমগ্ৰ ঘটনাটোক ধিক্কাৰ প্ৰদান কৰাৰ লগতে উক্ত ঘটনাৰ উচিত তদন্ত কৰি দোষী ব্যক্তিসকলক শাস্তী প্ৰদানৰ দাবী উত্থাপন কৰিছে কৰিছে সন্থাই।

সন্থাৰ সম্পাদক গৰাকীয়ে কয়, ‍‘জাতি, ধৰ্ম. বৰ্ণ নিৰ্বিশেষে এয়া মহামাৰীৰ বিৰুদ্ধে মানৱ জাতিৰ যুঁজ। সকলো ধৰ্মই মানৱ সেৱত ব্ৰতী থকাৰ শিক্ষা দিয়ে। আৰু এইখিনি সময়ত সামাজিক দূৰত্ব আৰু লকডাউন মানি চলাই হ’ল মানৱ সেৱা। সেয়েহে সমগ্ৰ মান জাতিৰ হিতাৰ্থে সকলো লোককে লকডাউন, সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছো’।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

September 12, 2026 4:21 pm
ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm
সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

September 12, 2026 2:40 pm
চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

September 12, 2026 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

September 12, 2026 4:21 pm
ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd