• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ছিকিম

চিনাকীৰে নিৰ্বাচনত বিজয়ী হ’ব নোৱাৰি, দায়বদ্ধতাৰে হে পাৰি: ছিকিমৰ বন মন্ত্ৰীয়ে এনেদৰে কয় বাইছুং ভূটীয়াক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2018 9:41 am
Sikkim Forest and Environment Minister Tshering Wangdi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন পৰিচিত বা চিনাকী মুখৰ সহায়ত নিৰ্বাচন জিকিব নোৱাৰি। এনেদৰে ছ’ছিয়েল মিডিয়া যোগে  ছিকিমৰ বন আৰু পৰিৱেশ মন্ত্ৰী চেৰিং ৱাঙৰি লেপছাই প্ৰাক্তন ফুটবলাৰ বাইছুং ভূটীয়াক ৰাজ্যখনৰ ৰাজনীতি জগতত প্ৰৱেশ কৰা সিদ্ধান্তক স্বাগতম জনায়।

‘বাইছুঙে ছিকিমৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ বাবে যি ইচ্ছা ব্যক্ত কৰিছে তাৰ বাবে মই তেওঁক স্বাগতম জনাইছো। মই ক’ব বিচাৰে যে চিনাকীৰে নিৰ্বাচনত বিজয়ী হ’ব নোৱাৰি, দায়বদ্ধতাৰে হে পাৰি। জনসাধাৰণ হ’ল একমাত্ৰ বিচাৰপীঠ আৰু মই সম্পূৰ্ণ বিশ্বাসী যে তেওঁলোকে সঠিত সিদ্ধান্ত ল’ব’, এইদৰে ছ’ছিয়েল মিডিয়াত তাৎপৰ্যমূলক মন্তব্য কৰা দেখা যায় মন্ত্ৰী লেপছাক।

Apply Now

তেওঁ আৰু কয়, ‘ভাৰত হ’ল এখন গণতান্ত্ৰিক দেশ য’ত এজন নেতাক নিৰ্বাচিত কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকে ইয়াৰ জনসাধাৰণৰ ওপৰত। যিকোনো জনপ্ৰিয়তা আৰু বিভিন্ন দিশৰ অভিজ্ঞতাই ৰাজনীতিত বিশেষ সুবিধা প্ৰদান নকৰে। যিজন নেতাই ৰাজ্যখনক নিজৰ চিন্তাধাৰা আৰু দূৰদৰ্শিতাৰে ৰাজ্যখনক আগবঢ়াই লৈ যাব পাৰিব সেই নেতাজনকহে ৰাইজে গিৰহণ কৰে বা বিচাৰে’।

Bhaichung Bhutia

উল্লেখ্য যে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন ষ্ট্ৰাইকাৰ বাইছুং ভূটীয়াই আগন্তুক ছিকিম বিধানসভা নিৰ্বাচনৰ পূৰ্বে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ ইচ্ছা প্ৰকাশ কৰা দেখা গৈছিল।

ভূটীয়াই ইয়াৰ পূৰ্বে ২০১৪ চনত লোকসভা নিৰ্বাচন ত তৃণমূল কংগ্ৰেছৰ হৈ দাৰ্জিলিং লোকসভা সমষ্টিৰ পৰা আৰু ২০১৬ চনত শিলিগুৰি বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতা আগবঢ়াইছিল।

মন কৰিবলগীয়া যে বিগত কিছু দিনৰ পৰা প্ৰাক্তন ফুটবলাৰজনে বিভিন্ন অঞ্চলৰ লোকসকলৰ লগত আলোচনাত মিলিত হোৱাৰ খবৰত অনুমান কৰিব পাৰি যে ভূটীয়াই সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ বাবে মন মেলিছে। সি যি নহ’ওক বাইছুঙৰ তৰফৰ পৰা কিন্তু এতিয়াও সক্ৰিয় ৰাজনীতিত প্ৰৱেশ সম্পৰ্কে একো মন্তব্য অহা নাই।

আনহাতে ৰাজ্যিক মন্ত্ৰী ৱাঙৰিয়ে ভূটীয়াক ৰাজ্যৰ বাহিৰৰ ৰাজনৈতিক দলৰ বিপৰীতে ৰাজ্যখনৰে আঞ্চলিক ৰাজনীতিত প্ৰৱেশ কৰাৰ বাবে আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd