• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান! ATM ৰ পৰা সংক্ৰমিত হ’ব পাৰে ক’ৰ’না; কিমান সুৰক্ষিত মহানগৰীৰ ATM?

ATM ত নাই কোনো চেনিটাইজিঙৰ ব্যৱস্থা; গতিকে ব্যৱহাৰ কৰোতে সাৱধান হওঁক আপুনিও

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 7, 2020 3:22 pm
160c645a-1e38-4ddd-81b8-32ec165aae78

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ATM ব্যৱহাৰ কৰোতে সাৱধান হওঁক আপুনি; কিয়নো এই এটিএমৰ পৰাও বিয়পিব পাৰে মাৰাত্মক ক’ৰ’না ভাইৰাছ।

উল্লেখযোগ্য যে, বিশ্বজুৰি দিনক দিনে বৃদ্ধি পাই আছে ক’ৰ’নাৰ বিভীষিকা।

Apply Now

ভাৰততো ক্ৰমান্বয়ে এই মাৰাত্মক ভাইৰাছত ৫০ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে।ৰাজ্যতো কমা নাই ক’ৰ’নাৰ বিভীষিকা।

এনে সময়তে এক প্ৰশ্ন উত্থাপিত হৈছে; মহানগৰীৰ ATM ত নাই নেকি আপোনাৰ নিৰাপত্তা?

মহানগৰীৰ এটিএম সমূহত ব্যৱহাৰ কৰাৰ পূৰ্বে বা পাছত কোনোধৰণৰ চেনিটাইজিঙৰ ব্যৱস্থা থকা পৰিলক্ষিত নহ’ল।

একোটা দিনত হাজাৰ হাজাৰ লোকে ব্যৱহাৰ কৰে মহানগৰীৰ এটিএমসমূহ।

কোনো কোভিদ-১৯ আক্ৰান্ত ৰোগীয়ে যদিহে অজানিতে এটা এটিমত প্ৰবেশ কৰে বা তেওঁ এটিএমৰ পৰা ধন উলিয়াই তেন্তে নিশ্চয়কৈ সেই এটিএমলৈয়ো ক’ৰ’না ভাইৰাছ যাব পাৰে।

সেই এটিএমেই যদি লগে লগে সুস্থ লোক এজনে ব্যৱহাৰ কৰে তেন্তে তেওঁৰ দেহলৈয়ো এই মাৰাত্মক ভাইৰাছ সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে।

ইপিনে, মহানগৰীৰ এটা এটিএমতো দেখিবলৈ পোৱা নগ’ল হেণ্ড চেনিটাইজাৰ।

বহুসংখ্যক এটিএমতে নাই নিৰাপত্তাৰক্ষী। বহু এটিএম ব্যৱহাৰকাৰীয়ে কোনোধৰণৰ সাৱধানতা অৱলম্বন নকৰাকৈ ধন উলিওৱা পৰিলক্ষিত হ’ল।

অৱশ্যে, কিছুসংখ্যক সচেতন লোকে এটিএম ব্যৱহাৰৰ পাছত নিজৰ লগত ৰখা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গ’ল।

এটিএমসমূহত বেংক কৰ্তৃপক্ষই  একো একোটা হেণ্ড চেনিটাইজাৰ ৰখাৰ ব্যৱস্থা কৰিবৰ বাবে সচেতন মহানগৰবাসীয়ে নৰ্থ ইষ্ট নাওৰ জৰিয়তে দাবী উত্থাপন কৰে।

তদুপৰি, ব্যৱহাৰৰ পূৰ্বে আৰু ব্যৱহাৰৰ পাছত হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ গ্ৰাহকক আহ্বান জনাই এক জাননী এটিএমসমূহত আঁৰি দিয়া উচিত।

ইতিমধ্যে গুজৰাটৰ বডোডৰাত তিনিজন সেনা জোৱানৰ দেহত এটা এটিএমৰ পৰা ক’ৰ’না সংক্ৰমিত হোৱা বুলি বাতৰি প্ৰকাশ পাইছে।

গতিকে এটিএম ব্যৱহাৰ কৰোতে আপুনি সাৱধান হওঁক আৰু পৰাপক্ষত হেণ্ড গ্ল’ভছ আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰক।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd