• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোমবাৰৰ পৰা অসমত ১০০ শতাংশ দোকান খোলাৰ সম্ভাৱনা, বজাৰ বন্ধ থাকিব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 17, 2020 11:49 pm
Nationwide lockdown extended for two more weeks

প্ৰতীকী ছবি।

3.2k
VIEWS
Share on FacebookShare on Twitter

কাইলৈৰ পৰা ৰাজ্যত ১০০ শতাংশ দোকান খুলিব পাৰিব। মুখ্য মন্ত্রীৰে সৈতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ এক গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

দোকানী সকলে সামাজিক দূৰত্ব বৰ্তাই ৰখাটো অতিকৈ বাধ্যতামূলক বুলি তেওঁ কয়।

ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰিয়েই বন্ধ থাকিব হোটেল, শ্বপিং মল-কম্প্লেক্স, জিম। বাৰ আৰু ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত হোম ডেলিভাৰী সেৱা আগবঢ়াব পাৰিব বুলি তেওঁ কয়।

অৱশ্যে, কণ্টেইনমেণ্ট জ’ন সমূহত সকলো বন্ধ থাকিব বুলি তেওঁ জনায়।

আনহাতে পূৰ্বৰ দৰে সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা দিনৰ ৬ বজালৈকে নকৰি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি সন্ধ্যা ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে বাহাল থাকিব বুলি তেওঁ জনায়।

ইয়াৰোপৰি, তেওঁ জনোৱা অনুসৰি কাইলৈৰ পৰা ১০০ শতাংশ বিষয়া কৰ্মচাৰীৰে চৰকাৰী কাৰ্য্যালয় খোলাৰ সন্দৰ্ভত আলোচনা হৈছিল যদিও কাইলৈ পুৱাৰ ভাগতহে লিখিত জাননী প্ৰকাশ কৰিব বুলি তেওঁ কয়।

ইপিনে, যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত ৫০ শতাংশ যাত্ৰী, দুচকীয়াত এজন যাত্ৰী নীতিয়েই বাহাল থাকিব বুলি তেওঁ কয়।

সামাজিক দূৰত্ব মানি চলা আৰু মাস্ক পৰিধান কৰাটো গুৰুত্বপূৰ্ণ বুলি তেওঁ কয়।

এখন জিলাত ২০০ ৰোগী আক্ৰান্ত হ’লে ৰেড zone ঘোষণা কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি বৰ্তমানলৈকে দেশত তেনে ৩০ খন জিলা আছে যি ২০০ অতিক্ৰম কৰিছে।

Tags: COVID-19

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd