• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদী চৰকাৰে সহায় নকৰিলে ৰাজ্যৰ জনসাধাৰণ আন্ধাৰত থাকিবলগীয়া হ’লহেতেন : হিমন্ত বিশ্ব শৰ্মা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 18, 2020 5:48 pm
হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যিক বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত আয়োজিত এখন সংবাদমেলত ক’ৰ’নাৰ ভয়াবহ সংক্ৰমণৰ সময়ত মুকলি কৰি দিয়া বৃহৎ অৰ্থনৈতিক পেকেজৰ বাবে কেন্দ্ৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰ চৰকাৰে মুকলি কৰি দিয়া টকাৰ সহায়ত ৰাজ্যৰ জনসাধাৰণে বিজুলীৰ পোহৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি কয়।

Apply Now

ল’কডাউনৰ বাবে ৰাজ্যৰ প্ৰায়বোৰ বিদ্যুৎ উপভোক্তাই বিজুলী বিল আদায় নিদিয়াৰ বাবে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে বিদ্যুৎ যোগান ধৰা কোম্পানী বোৰক আদায় দিব লগা টকাৰ অভাৱত ভূগিছিল বুলি সংবাদমেলত মন্ত্ৰী শৰ্মাই কয়।

কিন্তু কেন্দ্ৰ চৰকাৰে ঘোষণা কৰা অৰ্থনৈতিক পেকেজৰ সহায়ত এতিয়া বিদ্যুৎ পৰিষদে কোম্পানীবোৰক দিবলগীয়া টকা আদায় দিবলৈ সক্ষম হোৱাৰ লগতে ৰাজ্যত বিদ্যুৎ যোগান অব্যাহত ৰাখিবলৈ সক্ষম হ’ব বুলিও তেওঁ লগতে কয়।

‘‘মোদী চৰকাৰে সহায় নকৰিলে অসমৰ জনসাধাৰণ আন্ধাৰত থাকিবলগীয়া হ’লহেতেন। উপভোক্তা সকলে বিগত দুমাহ বিজুলী মাচুল আদায় নিদিয়া বাবে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ হাতত বিদ্যুৎ যোগান ধৰা কোম্পানী যেনে এন এইচ পি চি, এন টি পি চি আদিক আদায় দিবলগীয়া টকা নাছিল আৰু তেওঁলোকে টকা আদায় নিদিলে বিদ্যুৎ যোগান বন্ধ কৰিব,’’ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত এইদৰে কয়।

‘‘বিদ্যুৎ পৰিষদক দিবলৈ আমাৰ হাততো পইচা নাছিল আৰু তেওঁলোকে পইচা নিদিলে বিদ্যুতৰ সেৱা অব্যাহত ৰাখিব নোৱাৰিলে হেতেন ফলত ৰাজ্যুজুৰি ল’ডশ্বেডিং হ’ল হেতেন। কিন্তু মোদী চৰকাৰক ধন্যবাদ তেওঁলোকে ঘোষণা কৰা পেকেজৰ সহায়ত আমি কোম্পানীবোৰক দিবলগীয়া টকা দিব পাৰিলো,’’ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।

আনহাতে,কেন্দ্ৰ চৰকাৰে নতুন কৈ নিৰ্ধাৰণ কৰা ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ সংজ্ঞাৰ ফলত অসমৰ ৬৪,০০০ উদ্যোগে কোনোধৰণৰ মদগেজ নোহোৱাকৈ বেংকৰ ঋণ লাভ কৰিবলৈ সক্ষম হ’ব বুলিও সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কয়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd