• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পত্নী পুত্ৰসহ এক আত্মীয়ক গুলীয়াই হত্যা কৰিলে প্ৰাক্তন এছ এছ বিৰ জোৱানে

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
May 18, 2020 8:48 pm
Ex-jawan-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন পাক্তন এছ এছ বি জোৱানে গুলীয়াই হত্যা কৰিছে পত্নী, পুত্ৰৰ লগতে এগৰাকী আত্মীয়ক।

ঘটনাৰ বিৱৰণীৰ মতে সোমবাৰে ডিব্ৰুগড়ৰ হাকুনপুখুৰীৰ এছ এছ বিৰ প্ৰাক্তন জোৱান সঞ্জয় দাসে পত্নী স্বপ্না দাস, পুত্ৰ নৱজ্যোতি দাস(২০) আৰু আত্মীয় খুৰাক ঘনকান্ত হাজৰিকা(৭৬) .৩২ পিষ্টলেৰে গুলীয়াই হত্যা কৰে।

Apply Now

ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পত্নী স্বপ্না দাস অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হোৱাৰ লগতে পুত্ৰ আৰু আত্মীয় খুৰাকজন AMCHত মৃত্যু ঘটে।

প্ৰতিৱেশীৰ মতে সঞ্জয় দাস মদ্যপান কৰি প্ৰায়ে চুবুৰীয়াৰ লগতে পত্নী আৰু পুত্ৰৰ লগত কাজিয়াত লিপ্ত হৈ পৰিৱেশ অশান্তিময় কৰি তোলে।

‘সঞঞ্জয়ে নিয়মিতভাৱে মদ্যপান কৰে আৰু ঘৰৰ লগতে চুবুৰীটোত অশান্তিকৰ পৰিস্থিতিৰ উদ্ভৱ কৰে।আজি আমি তেওঁলোকৰ ঘৰৰ পৰা বুলেটৰ শব্দ শুনো আৰু চাই দেখো তেওঁৰ পত্নী পুত্ৰৰ লগতে এজন আত্মীয়ক গুলীয়াই হত্যা কৰিছে।’ এগৰাকী প্ৰতিবেশীয়ে কয়।

ঘটনাৰ খবৰ পাই ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিতে ঘটনাস্থলীত উপস্থিত হৈ তদন্তৰ আৰম্ভ কৰিছে।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা তিনিটা খালী কাৰ্টুজ উদ্ধাৰ কৰে।

ঘটনা সংঘটিত কৰিয়ে সঞ্জয় দাসে পলায়ন কৰিছে আৰু আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

ডিব্ৰুগড় আৰক্ষী অধীক্ষ গৰাকীয়ে জনোৱা মতে সঞ্চয় দাসে অনেক লোকৰ পৰা টকা ধাৰে লৈছিল।

‘তেওঁ অপৰাধ কৰাৰ সময়ত মানসিকভাৱে অপ্ৰকৃতিস্থ অৱস্থাত থকাৰ লগতে মদ্যপান কৰি আছিল। আমি অপৰাধৰ তথ্য প্ৰমাণসমূহ সংগ্ৰহ কৰিছো।’ জিলা আৰক্ষী অধীক্ষকজনে কয়।

অভীক চক্ৰৱৰ্তী

অভীক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd