• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

এনচিপিৰ নিৰ্বাচনী ইস্তাহাৰত স্থান পাইছে অসমৰ সৈতে মেঘালয়ৰ সীমা বিবাদে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2018 11:21 am
ncp-meghalaya-570x320
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি (এনচিপি)য়ে আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মুকলি কৰা নিৰ্বাচনী ইস্তাহাৰত অসমৰ সৈতে বিবদমান দীৰ্ঘদিনীয়া আন্ত:ৰাজ্যিক সীমা সমস্যাৰ অন্ত পেলোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচিৰিছে।

দলটোৱে ইয়াৰ নিৰ্বাচনী ইস্তাহাৰত লগতে মেঘালয়ত ইউৰেনিয়াম খননক উৎসাহিত নকৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে।

Apply Now

দহ পেজীয়া নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰে দলৰ কাৰ্যকৰী সভাপতি বিজয় ৰাজে। তেওঁ কয় যে দলে এক ৰাজ্যিক খনন নীতি আৰু ৰাজ্যখনত এখন দুৰ্নীতি নিবাৰক আয়োগ গঠনৰ বাবে আগ্ৰহী।

এনচিপিয়ে লগতে সীমান্ত অঞ্চলত অনুপ্ৰৱেশ বন্ধ কৰাৰ প্ৰয়োজনীয়তা সীমান্ত ৰাজ্যৰ বেদখল বন্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দলে এই কাম সীমান্ত অঞ্চলত বাস কৰা লোকসকলক সম্পূৰ্ণ সুবিধা প্ৰদান কৰি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয়। সীমান্ত অঞ্চলৰ বাসিন্দাসকলক তেওঁলোকৰ ভূমি বিনামূলীয়াকৈ পঞ্জীয়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে যিসমূহ অঞ্চলত সীমান্ত বিবাদ আছে তাত আৰক্ষী থানা স্থাপন কৰিব বুলি উল্লেখ কৰিছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত বিজয় ৰাজে কয় যে দলে বিকাশৰ জৰিয়তে সীমান্ত অঞ্চল শক্তিশালী কৰি গঢ়ি তোলাৰ বাবে দায়বদ্ধ যাতে সীমান্তৰ দাঁতিত বাস কৰা লোকসকল অৰ্থনৈতিকভাৱে সবল হৈ উঠে।

দলে লগতে মেঘালয়ৰ পৰা প্ৰতিবছৰে দুজন ছাত্ৰক ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া হোৱাটো নিশ্চিত কৰিব বুলি কয়।

এনচিপিয়ে মাজিথিয়া দৰমহা আয়োগৰ পৰামৰ্শাৱলীৰ বিষয়টো তুলি ধৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে আৰু ৰাজ্যখনৰ সাংবাদিকসকলৰ বৃহত্তৰ স্বাৰ্থত মেঘালয়ত ইয়াৰ ৰূপায়ন নিশ্চিত কৰিব বুলি জানিবলৈ দিছে।

এনচিপিয়ে অৱশ্যে আন্ত:ৰাজ্যিক পাৰপত্ৰৰ বিষয়টো পৰিহাৰ কৰিছে আৰু ইয়াৰ পৰিৱৰ্তে দলে ৰাজ্যখনৰ জনসাধাৰণক অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তুলিবলৈ পৰ্যায়ক্ৰমে পৰ্যটনৰ উন্নয়ন সাধিব বিচাৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd