• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেজৰিৱাল আৰু দিল্লীৰ উপ-ৰাজ্যপালৰ মাজত পুনৰ দ্বন্দ্ব : খাৰিজ কৰিলে কেজৰিৱালৰ সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2020 3:03 pm
REH_LpUJ
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ উপ ৰাজ্যপাল আৰু দিল্লীৰ মুখ্যমন্ত্ৰীৰ মাজত পুনৰ আৰম্ভ হৈছে দ্বন্দ্ব।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সিদ্ধান্তক খাৰিজ কৰিছে দিল্লীৰ উপ ৰাজ্যপাল অনিল বৈজালে।

Apply Now

কালি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে ঘোষণা কৰিছিল যে দিল্লীৰ চৰকাৰী চিকিৎসালয়ত কেৱল দিল্লীৰ কোভিড১৯ আক্ৰান্ত ৰোগীকহে চিকিৎসা প্ৰদান কৰা হ’ব।

আজি দিল্লীৰ উপ ৰাজ্যপাল তথা দিল্লীৰ দুৰ্যোগ ব্যৱস্থপনা কৰ্তৃপক্ষ(DDMA)ৰ অধ্যক্ষ অনিল বৈজালে এই সিদ্ধান্ত নাকচ কৰিছে।

DDMAৰ তৰফৰ পৰা জনোৱা হৈছে যে বহিঃৰাজ্যৰ লোক হোৱাৰ বাবেই কোনো লোকক দিল্লীত চিকিৎসা সেৱাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব।

উপ ৰাজ্যপালৰ এই সিদ্ধান্তই দিল্লী চৰকাক এতিয়া অস্বস্তিত পেলোৱা দেখা গৈছে।

আনহাতে, মুখ্যমন্ত্ৰী কেজৰিৱালে দাবী কৰে যে উপ ৰাজ্যপালৰ এই নিৰ্দেশে দিল্লীত জটিলতাৰ বৃদ্ধি কৰিব।

দিল্লীত অপ্ৰতিৰোধ্য গতিত ক’ৰ’নাক্ৰান্তৰ বৃদ্ধি পোৱাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ৰ লগাই ১০ হাজাৰ বিচনা দিল্লীবাসীৰ বাবে সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰিছিল।

ইফালে ক’ৰ’না লক্ষণহীন লোকৰ স্বাস্থ্য পৰীক্ষাৰো প্ৰয়োজন নাই বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ইতিমধ্যে এই বিষয়টোৱে আদালতৰ মজিয়া পাইছেগৈ।

দিল্লী চৰকাৰৰ এই সিদ্ধান্তক অবৈজ্ঞানিক বুলি আদালত এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন কৰিছে ৰেণু গোস্বামী নামৰ এগৰাকী মহিলাই।

আনহাতে প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমেও দিল্লীৰ চৰকাৰক সমালোচনা কৰিছে।

চিদাম্বৰমৰ প্ৰশ্নৰ, ‘দিল্লীবাসী কোন? কেজৰিৱালে স্পষ্ট কৰা উচিত। আমি দিল্লীত থাকি দিল্লীতে কাম কৰো, তেনেহ’লে আমি কি দিল্লীবাসী? যদি কোনো ব্যক্তিৰ আয়ুষ্মান ভাৰত প্ৰকল্পত নাম আছে, তেনেহ’লে সেই ব্যক্তিয়ে যিকোনো চৰকাৰী চিকিৎসালয়তে চিকিৎসাৰ সুবিধা পাব।’

ইফালে কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশত দিল্লীৰ ৰাজ্যপালে দিল্লী চৰকাৰৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছে বুলিও জানিব পৰা গৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd