• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঘজানৰ গেছ খাদৰ বিধ্বংসী জুইৰ পাছত কেইবাটাও জোকাৰণিত আতংকিত ৰাইজ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
June 11, 2020 4:44 pm
Baghjan-fire-2-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ ভাৰতীয় তেল নিগমৰ গেছ খাদত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ পাছতে বৃহস্পতিবাৰে বাঘজান আৰু নতুন গাঁও অঞ্চলত কেইবাটাও মজলীয়া ধৰণৰ জোকাৰণি অনুভুত হয়।

তিনিচুকীয়া জিলাৰ বাঘজানৰ ভাৰতীয় তেল নিগমৰ ৫ নম্বৰ খাদত যোৱা ২৭ মে’ৰ পৰা নিয়ন্ত্ৰণহীনভাৱে গেছ নিৰ্গত হৈ আছিল আৰু মঙলবাৰে বিয়লি জুই লাগে আৰু বিধ্বংসী ৰূপ লোৱাৰ লগতে তাত কৰ্তব্যৰত দুগৰাকী তেল নিগমৰ অগ্নিনিৰ্বাপক কৰ্মীৰ মৃত্যু হয়।

Apply Now

জোকাৰণি অনুভুত হোৱাৰ পাছতে অঞ্চলটোৰ বাসিন্দাসকল আতংকিত হৈ পৰিছে আৰু ঘৰবাৰী এৰি পলাইছে।

‘’বিগত ২৪ ঘন্টাত আমাৰ অঞ্চলত একেৰাহে জোকাৰণি অনুভুত হৈছিল। আমাৰ ঘৰবোৰ কেইবাঘন্টা ধৰি কঁপি আছিল। আমি ভাৱিছিলো যে ভূমিকম্পৰ বাবে ঘৰবোৰ কঁপিছে, কিন্তু পাছত উপলব্ধি কৰিলো যে সেয়া অইলৰ বিধ্বংসী জুইৰ বাবেহে হৈছে।  এই বিধ্বংসী কাণ্ডৰ পাছত মানুহবোৰ আতংকিত হৈছে আৰু উদ্বিগ্নতাৰে বাস কৰিছে,’’-বাঘজান নতুন গাঁৱৰ এগৰাকী বাসিন্দাই কয়।

ভাৰতী তেল নিগমে এক আগতীয়া সাৱধানতাৰ পদক্ষেপ হিচাপে গাঁওসমূহৰ পৰা লোকসকলক খালী কৰাইছে। গাঁওবাসীক সাহায্য শিৱিৰলৈ স্থানান্তৰ কৰা হৈছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

ভাৰতীয় বায়ুসেনা আৰু অ’এনজিচিৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বাঘজান অঞ্চলত যিকোনো অবাঞ্চিত ঘটনা প্ৰতিৰোধ কৰিবলৈ সেনা নিয়োগ কৰা হৈছে। বিধ্বস্ত হৈ পৰা স্থানডোখৰৰ ওচৰৰ সমগ্ৰ অঞ্চলটো সেনাই আৱৰি ৰাখিছে।

‘বাঘজান ৫ নম্বৰ গেছ খাদৰ পৰা নিৰৱিচ্ছিন্নভাৱে নিৰ্গত গেছ তথা তেলৰ বাবে বাঘজানৰ সমগ্ৰ জৈৱ বৈচিত্ৰ ক্ষতিগ্ৰস্ত হৈছে। এই বিধ্বংসী কাণ্ডৰ ফলত অন্যতম বৃহৎ জলাশয় মাগুৰি-মটাপুং বিল ক্ষতিগ্ৰস্ত হৈছে।

‘’ বিধ্বংসী কাণ্ডটো সংঘটিত হোৱাৰ পাছৰে পৰা মাগুৰি-মটাপুং বিলত নিয়মিত দেখা পোৱা বনৰীয়া ম’হ দেখা যোৱা নাই। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূললৈয়ো ভাবুকি আহিছে,’’-এগৰাকী স্থানীয় বন্যপ্ৰাণী কৰ্মী বিজয় গগৈয়ে কয়।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd