• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ৰ মাউকাৰৱাটত কনিষ্টবলৰ গুলীত নিহত সহকাৰী কমাণ্ডেণ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2018 7:20 pm
মেঘালয়ৰ
111
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে মেঘালয়ৰ মাউকাৰৱাটৰ ক্ষুদ্ৰ সচিবালয়ত বি-৬ ইউ আই ডি ৮১২ নং আৰ পি এফৰ এজন সহকাৰী কমাণ্ডেণ্টক দিনৰ প্ৰায় ১১-৩০ বজাত এজন কনিষ্টবলে গুলীয়াই হত্যা কৰে।

প্ৰাপ্ত তথ্য মতে কনিষ্টবল অৰ্জুন দেচৱালে নিজৰ এ কে ৪৭ ৰাইফলেৰে নিৰ্বাচনী দিউটিত থকা সহকাৰী কমাণ্ডেণ্ট মুকেশ চি ত্যাগিক গুলীয়াই হত্যা কৰে। এই ঘটনা সংঘটিত হোৱাৰ পিছতে সেনা বাহিনীৰ বিষয়া সকলৰ মাজত এক হতাহতি পৰিৱেশৰ সৃষ্টি হয় য’ত যোগেন্দৰ কুমাৰ নামৰ আন এজন কনিষ্টবল আঘাতপ্ৰাপ্ত হয়। পিছত তেওঁক চিকিৎসাৰ বাবে নেইগ্ৰিমচলৈ প্ৰেৰণ কৰা হয়। তাৰোপৰি আৰক্ষী পৰিদৰ্শক প্ৰদীপ মিনা আৰু উপ আৰক্ষী পৰিদৰ্শক অ’ম প্ৰকাশ য়াদৱো কম পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

দক্ষিণ পশ্চিম খাচী পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক হাৰ্বাৰ্ট জি লিয়াংদহে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া মতে অভিযুক্ত কনিষ্টবল অৰ্জুন দেচৱালক গ্ৰেপ্তাৰ কৰাৰ লগতে অৰ্জুনৰ চাৰ্ভিচ ৰাইফলটোও জব্দ কৰা হয়। লগেত আৰক্ষী অধীক্ষক জনে মৃত কমাণ্ডেট মুকেশ চি ত্যাগিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্বিলঙৰ নেইগ্ৰীমচলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে। আন এক সূত্ৰৰ পৰা জানিব পৰা মতে কনিষ্টবল অৰ্জুন দেচৱালে কমাণ্ডেণ্টজনৰ দেহত মুঠ ১৩ টা গুলী মাৰিছিল।

Recent News

ইউক্ৰেইনৰ ওপৰত শ শ ড্ৰ’ন নিক্ষেপ ৰাছিয়াৰ! ইখনৰ পিছত সিখনকৈ জ্বলি উঠিছে নগৰবোৰ

ইউক্ৰেইনৰ ওপৰত শ শ ড্ৰ’ন নিক্ষেপ ৰাছিয়াৰ! ইখনৰ পিছত সিখনকৈ জ্বলি উঠিছে নগৰবোৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত জনজাতীয় মানুহৰ মাটিৰ ওপৰত আটাইতকৈ বেছি আক্রমণ হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত জনজাতীয় মানুহৰ মাটিৰ ওপৰত আটাইতকৈ বেছি আক্রমণ হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

প*ৰ্ণ চাইটত শিশুৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত আৰু প্ৰচাৰ বাবে গ্ৰেপ্তাৰ এজন অভিযুক্ত

প*ৰ্ণ চাইটত শিশুৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত আৰু প্ৰচাৰ বাবে গ্ৰেপ্তাৰ এজন অভিযুক্ত

দিনৰ পিছত দিন যৌন নিৰ্যাতনৰ বলি; অভিযুক্তক হত্যা কৰি জ্বলাই দিলে মহিলাৰ দলে!

দিনৰ পিছত দিন যৌন নিৰ্যাতনৰ বলি; অভিযুক্তক হত্যা কৰি জ্বলাই দিলে মহিলাৰ দলে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd