• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰহোলা কাণ্ডত নিহত যুৱকজনৰ আলফা(স্বা)ৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাই; আলফা(স্বা)ৰ স্পষ্টীকৰণ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 16, 2020 9:34 pm
মৃত্যু হোৱা যুৱকজন

মৃত্যু হোৱা যুৱকজন

1.4k
VIEWS
Share on FacebookShare on Twitter

বৰহোলা থানাৰ অন্তৰ্গত বালিজান গাভৰু আলিৰ জয়ন্ত বৰা নামৰ ২৩ বছৰীয়া যুৱজনৰ আলফা(স্বা)ৰ সৈতে যোগসূত্ৰ থকা বুলি সেনা-আৰক্ষীয়ে চলোৱা প্ৰচাৰক সম্পূৰ্ণ ভিত্তিহীন আখ্যা দিছে আলফা স্বাধীনে।

আজি এক প্ৰেছ বিবৃতি যোগে সংগঠনটোৱে এই কথা উল্লেখ কৰে।

আৰক্ষী আৰু সেনা বাহিনীৰ বাবে এনে অপপ্ৰচাৰ কোনো নতুন কথা নহয় বুলি বিবৃতিটো আলফা স্বাধীনে উল্লেখ কৰি ক’ৰ’না মহামাৰীৰ পূৰ্বৰ পৰা ৰাষ্ট্ৰযন্ত্ৰৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ওপৰত ভৰ দি নিৰীহ যুৱকৰ ঘৰত পৰিকল্পিতভাৱে অস্ত্ৰ-শস্ত্ৰ, বিভিন্ন বোমা-বাৰুদ ৰাখি আলফা(স্বা)ৰ সদস্য সজায় জেইললৈ প্ৰেৰণ কৰি আহিছে বুলি উগ্ৰপন্থী সংগঠনটোৱে অভিযোগ কৰে।

ভাৰত চৰকাৰৰ ক’লা আইনৰ সুযোগ লৈ অসমত সন্দেহৰ বশৱৰ্তী হৈ বহু নিৰপৰাধী লোকৰ ওপৰত অত্যাচাৰ চলোৱাই নহয় হাজাৰ হাজাৰ থলগিৰি সম্ভাৱনাপূৰ্ণ যুৱক-যুৱতীকো সেনা-আৰক্ষীয়ে হত্যা কৰিছে বুলি আলফা স্বাধীনে অভিযোগ কৰে।

আনহাতে, সংবাদ বিবৃতিটোত আলফা স্বাধীনে ‘কা’ আন্দোলনৰ প্ৰসংগ উল্লেখ কৰি এই আন্দোলনত পাঁচজনকৈ নিৰীহ যুৱকক হত্যা কৰা হ’ল ইয়াৰ বিচাৰ হ’বনে বুলিও প্ৰশ্ন কৰে।

আলফাই অসমৰ খিলঞ্জীয়া সন্তান সেনা-আৰক্ষীৰ হাতত মৃত্যু হ’বলগীয়া হোৱা ঘটনাক তীব্ৰ কটাক্ষ কৰি এতিয়া গণতন্ত্ৰ ৰাজনৈতিক নেতাৰ হাতৰ মুঠিত বুলি সমালোচনা কৰে।

Recent News

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd