• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লাডাখৰ গালৱান উপত্যকা ভাৰতৰ নহয়, চীনৰহে : এই বিস্ফোৰক দাবী বেইজিঙৰ

ভাৰতীয় সৈন্যই সীমান্তৰ পৰিস্থিতি অৱনতি ঘটাইছে; দাবী বেইজিঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2020 5:08 pm
Galwan-Valley-Clash-between-India-China

প্ৰতিকী ফ'টো, উৎস-ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখৰ গালৱান উপত্যকা ভাৰতৰ নহয়, চীনৰহে।

আজি এই দাবী উত্থাপন কৰিলে বেইজিঙে।

ভাৰতস্থিত চীনৰ দূতাৱাসৰ ৱেবছাইটত চীনৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা এটা বিবৃতিত এই দাবী কৰিছে দেশখনে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাও লিজানকৰ বিবৃতিৰে মুখপত্ৰখনত কোৱা হৈছে যে, লাডাখৰ ভাৰত-চীন সীমান্তৰ পশ্চিম অংশৰ গালৱান উপত্যকা দীৰ্ঘ দিন ধৰি চীনৰ সেনাই তহলদাৰী কৰি আহিছে।

বিগত এপ্ৰিল মাহৰ পৰা ভাৰতীয় সৈন্যই গালৱান উপত্যকাৰ নিয়ন্ত্ৰণ ৰেখাত একপক্ষীয়ভাৱে ৰাস্তা ঘাট আৰু দলং আদি নিৰ্মাণ কৰিছিল বুলি দাবী কৰি বিবৃতিটোত কোৱা হৈছে যে চীনে ইয়াৰ প্ৰতিবাদ কৰাৰ পিছতো একো ফল নধৰিল।

চীন বৈদেশিক মন্ত্ৰালয়ে আৰু দাবী কৰিছে যে, যোৱা ৬ মে’ত ভাৰতীয় সেনাই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি চীনৰ ভূখণ্ডত প্ৰৱেশ কৰি তাত বেৰিকেড নিৰ্মাণ কৰাৰ লগতে ঘাটি স্থাপন কৰিছিল।

চীনৰ ভূখণ্ডত ভাৰতীয় সেনাই ঘাটি স্থাপন কৰাৰ ফলত সীমান্তৰ নিয়্ন্ত্ৰণ ৰেখাত চীনা সৈন্যই তহল দিয়াত বাধাৰ সন্মুখীন হয়।

যাৰ ফলত এলেকাটোত নিয়ন্ত্ৰণ বজায় ৰখাৰ স্বাৰ্থত ‘প্ৰয়োজনীয় পদক্ষেপ’ গ্ৰহণ কৰিবলৈ চীনা সৈন্য বাধ্য হৈ পৰে বুলি চীনৰ বৈদেশিক মন্ত্ৰালয়ে দাবী কৰিছে।

বিবৃতিটোত আনকি এই বুলিও দাবী কৰা হৈছে যে সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে চীনে ভাৰতৰ সৈতে সামৰিক আৰু কূটনৈতিক স্তৰত যোগাযোগ ৰক্ষা কৰি চলিছিল।

চীনে তীব্ৰ প্ৰতিবাদ কৰাৰ ফলতে ভাৰতে চীনৰ ভূখণ্ডৰ পৰা নিজৰ সৈন্য বাহিনী প্ৰত্যাহাৰ কৰিছিল।

বিবৃতিটোত সোমবাৰে নিশা ভাৰতীয় সেনাই চীনৰ ভূখণ্ডত প্ৰৱেশ কৰি চীনা সৈন্যৰ ওপৰত আক্ৰমণ কৰাৰ বাবেহে দুই পক্ষৰ মাজত ৰক্তক্ষয় সংঘৰ্ষৰ হোৱা বুলি কোৱা হৈছে।

চীনৰ দাবী যে ভাৰতীয় সেনাৰ অনিয়ন্ত্ৰিত আচৰণৰ বাবে সীমান্তৰ পৰিস্থিৰ অৱনতি ঘটিছে।

ভাৰতে দুই দেশৰ মাজত থকা দ্বিপাক্ষিক বুজাবুজি আৰু চুক্তি ভংগ কৰিছে বুলিও গুৰুতৰ অভিযোগ কৰিছে চীনে।

উল্লেখ্য যে, চীনৰ এই দাবী আৰু দেশখনৰ বৈদেশিক মন্ত্ৰালয়ে বিবৃতিৰ যোগেদি উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ ভাৰতে পৰৱৰ্তী সময়ত কেনেদৰে দিয়ে সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am
বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

September 14, 2025 10:21 am
প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

September 14, 2025 10:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd