• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোম কোৱাৰেণ্টাইনত বিধায়ক ৰূপজ্যোতি কুৰ্মী; বিধায়ক গৰাকীয়ে অংশলোৱা বিবাহ অনুষ্ঠানত উপস্থিত থকা যুৱকৰ দেহত ক’ৰ’না

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
June 22, 2020 8:25 pm
ৰূপজ্যোতি কুৰ্মী

ৰূপজ্যোতি কুৰ্মী

720
VIEWS
Share on FacebookShare on Twitter

বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি হোম কোৱাৰেণ্টাইনত থকিবলগীয়া হৈছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।

যোৰহাটৰ ১ নং সোণাৰী গাঁৱৰ কণ্টেইনমেণ্ট জ’নত অনুষ্ঠিত এখন বিবাহ অনুষ্ঠানত ৰূপজ্যোতি কুৰ্মী আৰু তেওঁৰ পৰিয়ালৰ লোকে অংশগ্ৰহণ কৰিছিল।

যোৰহাটৰ ১ নং সোণাৰী গাঁৱৰ লক্ষ্যজিৎ বৰদলৈ নামৰ এগৰাকী যুৱকৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

লক্ষ্যজিতৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পাছতে যোৰহাট জিলা প্ৰশাসনে  ১ নং সোনাৰী গাঁও কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে l

আনহাতে, উক্ত স্থানত বিগত ১৬ জুনত বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত বিধায়ক কুৰ্মীয়ে ৰাজ্যৰ বহু কেইজন বিধায়ক তথা মন্ত্ৰীক সাক্ষাৎ কৰিছিল বুলি জানিবলৈ দিয়ে।

২১ জুনত বিধায়ক গৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ ৬ জন লোকৰ স্বোৱাব পৰীক্ষা কৰে স্বাস্থ্য কৰ্মীয়ে ৷

উল্লেখযোগ্য যে, ক’ৰ’না আক্ৰান্ত যুৱকজনৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পূৰ্বে তেওঁ উক্ত বিবাহ অনুষ্ঠানলৈ গৈছিল আৰু বহু লোকৰ সংস্পৰ্শলৈ আহিছিল।

ডিফুৰ ষ্টাৰ হেল্থ ইণ্ডয়া ইঞ্চুৰেঞ্চ কোম্পানীত কৰ্মৰত আছিল যুৱক জন l

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পত্নীৰ সম্পৰ্কীয়ৰ বিবাহ অনুষ্ঠান হোৱা বাবে বিবাহলৈ বিধায়ক গৰাকী পৰিয়ালৰ লগত যাবলগীয়া হৈছিল।

জানিব পৰা মতে, যুৱকজনৰ সংস্পৰ্শলৈ অহা প্ৰায় ৩৮ জন ব্যক্তিক ইতিমধ্যে কোৱাৰেন্টিন কৰা হৈছে l

শেহতীয়াভাৱে যু্ৱক গৰাকীৰ পিতৃ আৰু মাতৃৰ শৰীৰতো কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে তথ্য লাভ কৰা হৈছে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd