• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ লেখিকা পৰিস্মিতা সিঙৰ শেহতীয়া গ্ৰন্থৰ পটভূমি বিটিএডি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2018 7:22 pm
book-cover-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট ভাৰতীয় ইংৰাজী লেখিকা পৰিস্মিতা সিঙৰ শেহতীয়া চুটি গল্পৰ সংকলন ‘’পীচ হেছ কাম’’ত অসমৰ সন্ত্ৰাস অধ্যুষিত বিটিএডি অঞ্চলত বাস কৰা এদল লোকৰ দৈনন্দিন সংঘাতৰ সৱিশেষ বৰ্ণনা কৰা হৈছে।

অসমৰ বিটিএডিৰ এক ব্যক্তিগত নাটক উপস্থাপন কৰি গ্ৰন্থখনে গভীৰ মানৱীয় অনুভুতি আৰু আটাইতকৈ অসুৰক্ষিত হিংসাৰ মানসিক ৰূপটো দাঙি ধৰিছে। সিঙে অঞ্চলটোত বাস কৰা লোকসকলৰ অস্থিৰতা আৰু আতংকৰ নিৰ্বিকল্প অৱস্থাৰ প্ৰতিফলন সুন্দৰভাৱে গল্পৰ মাজত অংকন কৰিছে।

Apply Now

কাহিনীবোৰত ভৌগলিকভাৱে বড়োলেণ্ডত পৰা ব্ৰহ্মপুত্ৰৰ একেবাৰে উত্তৰ পাৰ, ভূটান আৰু অৰুণাচল প্ৰদেশৰ নামনি অঞ্চলক সামৰি লোৱা হৈছে আৰু ইয়াত দুগৰাকী বিদ্ৰোহী বন্ধু দ্বীপেন আৰু প্ৰবীণৰ কৰুণ কাহিনী বৰ্ণিত হৈছে।

ৰুমাই আৰু ছিলভিয়াৰ প্ৰেম-ৰোমাঞ্চ, নৃশংসভাৱে তাইৰ বিয়াত বাধা সৃষ্টি কৰি বিদ্ৰোহী হোৱাৰ দৰে বিভিন্ন লোকৰ অন্তৰ্স্পৰ্শী কাহিনী ইয়াত তুলি ধৰা হৈছে। কিকিনিয়া বৰষুণ আৰু এক ৰোমহৰ্ষক দুৰ্ঘটনাৰ মাজত ঘটনাৰ সূত্ৰ বিচাৰি যোৱা এগৰাকী সাংবাদিক, এগৰাকী মুছলমান মহিলাৰ আন এক সম্প্ৰদায়ৰ এগৰাকী পুৰুষৰ সৈতে হোৱা বন্ধুত্ব, ঘৰৰ দুৱাৰমুখত আহি উপস্থিত হোৱা ৰহস্যজনক অচিনাকি ব্যক্তিৰ দ্বাৰা ভাগি পেলোৱা পৰিয়ালবোৰ ইত্যাদি হৈছে গ্ৰন্থখনৰ বিষয়বস্তু।

যদিও সিঙৰ গ্ৰন্থখনে সময়কালীন পৰিস্থিতিৰ চিত্ৰ দাঙি ধৰিছে, ইয়াৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ দিশটো হৈছে হিংসাৰ পৰিৱেশৰ মাজত বাস কৰা লোকসকলৰ প্ৰতিনিধিত্বমূলক চৰিত্ৰসমূহৰ জৰিয়তে এক বিশ্ব পৰিচিতি গঢ়াৰ প্ৰয়াস।

লেখিকাই বড়ো, অসমীয়া, চাওতাল, ৰাভা, নেপালী আৰু ৰাজবংশী আৰু তেওঁলোকৰ এজনৰ আনজনৰ প্ৰতি প্ৰেম-ঘৃণাৰ সম্পৰ্কটোক সুন্দৰভাৱে চিত্ৰিত কৰিছে।

সিঙৰ লেখনি টেমছুলা আও, মামঙ দাই, ধ্ৰুৱ হাজৰিকা, ইষ্টাৰাইন কিৰেৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন লেখক-লেখিকাসকলৰ সমান্তৰালভাৱে সামাজিক-ৰাজনৈতিক পৰিস্থিতি আৰু উত্তৰ-পূবৰ আত্মাক কৌশলপূৰ্ণভাৱে সত্য তথা কাহিনীক সংগ্ৰথিত কৰি লিখিছে।

সিঙৰ পূৰ্বৰ গ্ৰন্থৰ ভিতৰত আছে ‘’দ্য হোটেল এট দ্য ইণ্ড অফ দ্য ৱৰ্ল্ড (২০০৯) আৰু ‘’মাৰা এণ্ড দ্য ক্লে ক্ৰ’ছ (২০১৫)। এয়াও আছিল উত্তৰ-পূৰ্বাঞ্চলৰ লোককথাৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰচনা কৰা উপন্যাস।

অসমত জন্ম গ্ৰহণ কৰা সিঙে ৰাজ্যখনৰ বাহিৰত তেওঁৰ উচ্চ শিক্ষা সম্পূৰ্ণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰচনাৰ অনুবাদৰ লগতে সিঙ ২০০৯ চনৰ পৰা প্ৰথম নামৰ বেচৰকাৰী সংস্থাটোৰ সৈতে জড়িত আৰু অসমত প্ৰাথমিক শিক্ষা সম্পৰ্কীয় বিভিন্ন আঁচনিৰ ওপৰত কাম কৰি আছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd