• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সেনা বাহিনীৰ বৃহৎ সাফল্য : অনন্তনাগত হিজবুলৰ কামাণ্ডাৰসহ ৩ সন্ত্ৰাসবাদী নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2020 3:24 pm
index

নিহত হিজবুল কামাণ্ডাৰ মাছুদ ভাট

696
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ সাফল্য লাভ কৰিছে ভাৰতীয় সেনাসহ অধসামৰিক বাহিনীয়ে।

সোমবাৰে অনন্তনাগত ভাৰতীয় সেনা, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে চলোৱা যৌথ অভিযানত হিজবুল মুজাহিদ্দিনৰ কামাণ্ডাৰসহ অন্য দুটা সন্ত্ৰাসবাদী নিহত হৈছে।

নিহত হিজবুল কামাণ্ডাৰজন ডোডা জিলাৰ বাসিন্দা মাছুদ আহমেদ ভাট বুলি চিনাক্ত কৰা হৈছে।

বাকী দুই সন্ত্ৰাসবাদীক লস্কৰ-ই-তৈবাৰ সদস্য বুলি জানিবলৈ দিছে জন্মু-কাশ্মীৰ আৰক্ষীয়ে।

উক্ত সংঘৰ্ষৰ পিছতে জন্মু-কাশ্মীৰ আৰক্ষীয়ে ডোডা জিলা সম্পূৰ্ণভাৱে সন্ত্ৰাসবাদীমুক্ত হোৱা বুলি দাবী কৰিছে।

আৰক্ষীৰ সূত্ৰৰ মতে, সোমবাৰে পুৱা দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ খুলচোহাৰ অঞ্চলত যৌথ বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে উক্ত তিনি সন্ত্ৰাসবাদী।

“খুলচোহাৰৰ অভিযানত হিজবুল মুজাহিদ্দিনৰ এক জিলা কামাণ্ডাৰ আৰু দুই লস্কৰ-ই-তৈবাৰ সদস্য নিহত হৈছে। মাছুদ আহমেদ ভাটৰ মৃত্যুৰ লগে লগে ডোডা জিলা সম্পূৰ্ণৰূপে সন্ত্ৰাসবাদমুক্ত হৈছে। কাৰণ তাত ডোডাই আছিল শেষ সন্ত্ৰাসবাদী।” জন্মু-কাশ্মীৰৰ আৰক্ষী প্ৰধান দিলবাগ সিঙে কয়।

উক্ত সংঘৰ্ষস্থলীৰ পৰা যৌথ বাহিনীয়ে এ কে ছিৰিজৰ এটা ৰাইফল আৰু দুটা পিষ্টল উদ্ধাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰৰ মতে মাছুদ আহমেদ ভাটৰ বিৰুদ্ধে ধৰ্ষণৰো অভিযোগ আছিল।

ইয়াৰ পিছৰ পৰাই তেও পলাতক হৈ মুজাহিদ্দিনত যোগ আছিল আৰু কাশ্মীৰৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদী সংগঠনটোৰ হৈ হিংসাত্মক কাম কাজত লিপ্ত আছিল।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd