• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টিকটিককে ধৰি ৫৯ টা চাইনীজ এপ দেশত নিষিদ্ধ ঘোষণা কৰিলে ভাৰত চৰকাৰে, চাওক সম্পুৰ্ণ তালিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2020 9:21 pm
tiktok-1140x570

প্ৰতিকী চিত্ৰ

590
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু চীনৰ মাজত সীমান্তত চলি থকা উত্তেজনাৰ সময়তে ভাৰত চৰকাৰে টিকটককে ধৰি ৫৯ টা চাইনিজ এপক নিষিদ্ধ ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ভাৰত চৰকাৰৰ তথ্য আৰু পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা মুঠ ৫৯ টা চাইনীজ এপক ভাৰতত নিষিদ্ধ ঘোষণা কৰি ইয়াৰ তালিকা প্ৰকাশ কৰা হয়।

ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰত চৰকাৰে চাইনীজ এপ সমূহক নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে।

ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা চাইনীজ এপ সমূহ হ’ল ক্ৰমে-

১. টিকটক ২. শ্বেয়াৰইট ৩. কেৱাই  ৪. য়ু চি ব্ৰাউজাৰ ৫. বাইদু মেপ ৬. শ্বেইন ৭. ক্লেচ অফ কিংছ ৮. ডি য়ু বেটাৰী চেভাৰ  ৯. হেলো ১০. লাইকি ১১. য়ুকেম মেকআপ ১২. এম আই কমিউনিটি ১৩. চি এম ব্ৰাউজাৰ ১৪. ভাইৰাছ ক্লীনাৰ ১৫. এ পি য়ু এছ ব্ৰাউজাৰ ১৬. ৰোমৱে  ১৭. ক্লাৱ ফেক্টৰী ১৮. নিউজ ড’গ ১৯. বিউটি প্লাছ ২০. উই চাট ২১. য়ু চি নিউজ ২২. কিউ কিউ মেইল

২৩. ৱেইবো ২৪. জেণ্ডাৰ ২৫. কিউ কিউ মিউজিক ২৬. কিউ কিউ নিউজ ফিড ২৭. বিগো লাইভ ২৮. চেল্ফি চিটি ২৯. মেইল মাষ্টাৰ ৩০. পেৰেলেল স্পেচ ৩১. এম আই ভিডিঅ’ কল ৩২. উই চিনচ ৩৩. ই এছ ফাইল এক্সপ্লোৰাৰ ৩৪. ভিভা ভিডিঅ’ ৩৫. মেইটু ৩৬. ভিগো ভিডিঅ’ ৩৭. নিউ ভিডিঅ’ ষ্টেটাছ ৩৮. ডি য়ু ৰেকৰ্ডাৰ

৩৯. ভল্ট-হাইদ ৪০. কাচ্চে ক্লীণাৰ ডি য়ু এপ ষ্টুডিঅ’ ৪১. ডি য়ু ক্লীণাৰ ৪২. ডি য়ু ব্ৰাউজাৰ ৪৩. হাগো প্লে উইথ নিউ ফ্ৰেইণ্ডছ ৪৪. কেম স্কেনাৰ ৪৫. ক্লীণ মাষ্টাৰ ৪৬. ৱোণ্ডাৰ কেমেৰা ৪৭. ফটো ৱাণ্ডাৰ ৪৮. কিউ কিউ প্লেয়াৰ ৪৯. উই মিট ৫০. চুইট চেল্ফি ৫১. বাইদু ট্ৰেনচলেট ৫২. ভিমেট ৫৩. কিউ কিউ ইণ্টাৰনেশ্যনেল ৫৪. কিউ কিউ চিকুৰিটি চেণ্টাৰ ৫৫. কিউ কিউ লঞ্চাৰ ৫৬. য়ু ভিডিঅ’ ৫৭. ভি ফ্লাই ষ্টেটাছ ভিডিঅ’ ৫৮. মোবাইল লিজেণ্ড ৫৯. ডি য়ু প্ৰাইভেছি ।

চাইনীজ এপ সমূহ ভাৰতত নিষিদ্ধ ঘোষণা কৰাৰ পাছত ভাৰত চৰকাৰে এই এপ সমূহৰ ওপৰত দীৰ্ঘদিনৰ পৰা বিভিন্ন অভিযোগ লাভ কৰি অহা হৈছিল বুলি উল্লেখ কৰে।

Recent News

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd