• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনে সেনা মোতায়েন কৰাৰ মাজতে আজি আৰম্ভ হৈছে দুই পক্ষ সেনাৰ তৃতীয়খন বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2020 9:03 pm
লেঃ জেনেৰেল হৰেন্দ্ৰ সিং আৰু মেজৰ জেনেৰেল লিন

লেঃ জেনেৰেল হৰেন্দ্ৰ সিং আৰু মেজৰ জেনেৰেল লিন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত চীনৰ এপছ নিষিদ্ধকৰণৰ সমান্তৰালভাৱে লাডাখ সীমান্ত দুই দেশৰ সেনা বাহিনীৰ ক’ৰ কামাণ্ডাৰ স্তৰৰ তৃতীয় বৈঠক আজি আৰম্ভ হৈছে।

মঙলবাৰৰ দুপৰীয়াৰ পৰা আৰম্ভ হোৱা এই বৈঠকত লেহস্থিত ১৪ নং ক’ৰৰ কামাণ্ডাৰ লেফ্টেনেন্ট জেনেৰেল হৰেন্দ্ৰ সিং আৰু দক্ষিণ জিনজিয়াং মিলেটাৰী ডিষ্ট্ৰিক কামাণ্ডাৰ মেজৰ জেনেৰেল লিও লিনে অংশগ্ৰহণ কৰিছে।

Apply Now

উল্লেখ্য যে, ১৫ জুনৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত যোৱা ২২ জুনত দুই পক্ষৰ সেনা বিষয়াৰ মাজত ১১ ঘণ্টীয়া বৈঠক অনুষ্ঠিত হৈ যায়।

উক্ত বৈঠকত ১৫ জুনৰ পিছত প্ৰকৃত সীমান্ত ৰেখাত বৃদ্ধি পোৱা উত্তেজনা নিৰশনৰ বাবে ভাৰতৰ তৰফৰ পৰা কিছু প্ৰস্তাৱ দিয়া হৈছিল।

বৈদেশিক মন্ত্ৰালয়ৰ সূত্ৰৰ অনুসৰি দুয়োপক্ষই সেনা পিছুৱাই নিয়া, এলএচিত সেনাৰ সংখ্যা কমোৱা আৰু আন্তঃগাঠনি নিৰ্মাণ ও সেনা শিবিৰ স্থাপন বন্ধ ৰখাৰ প্ৰস্তাৱ দিয়া হৈছিল।

চীনৰ পক্ষৰ পৰা এই প্ৰস্তাৱসমূহত সঁহাৰি জনোৱা হৈছিল বুলি প্ৰকাশ পাইছিল।

কিন্তু ইয়াৰ পিছতো দেখা গৈছে চীনে লাডাখ সীমান্তৰ এলএচিৰ পৰা সেনা পিছুৱাই নিয়া নাই।

বিভিন্ন বিদেশী সংস্থাৰ উপগ্ৰহীয় ছবিত ২২ জুনৰ পিছতো গালৱান উপত্যকাসহ পূৱ-লাডাখৰ বিভিন্ন অঞ্চলত চীনা সৈন্যৰ সংখ্যা বৃদ্ধি কৰা দেখা গৈছে।

আনকি উক্ত অঞ্চলবোৰত চীনা পক্ষই বাংকাৰ আৰু সেনা শিবিৰ স্থাপন কৰাও দেখা গৈছে।

চৰকাৰী সূত্ৰৰ মতে এসপ্তাহৰ পূৰ্বে গালৱানৰ সমীপত লাডাখৰ গোগৰা হট স্প্ৰিং, পাংগং হ্ৰদৰ উত্তৰে ফিঙ্গাৰ এৰিয়াৰ ৪ৰ পৰা ৮ পৰ্যন্ত ভাৰতীয় ভূখণ্ডত চীনা সৈন্যই প্ৰৱেশ কৰি অৱস্থান কৰিছে।

দৌলত বেগ উল্ডিৰ বায়ুসেনাৰ ঘাটিৰ দক্ষিণে দেপচাং উপত্যকাৰ এলএচিৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ ভিতৰলৈ চীনা সৈন্যৰ সোমাই আহিছে বুলিও প্ৰকাশ পাইছে।

আজিৰ দুই পক্ষৰ সেনাৰ বৈঠকত ভাৰতীয় পক্ষই এইবোৰ বিষয় উত্থাপন কৰাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am
অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am
শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

June 30, 2026 8:03 am
অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

June 30, 2026 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am
অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd