• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজৱ : ৬০ হাজাৰৰ স্কুটিৰ বাবে ১৮.২২ লাখ টকাত কিনিলে VVIP নম্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2020 1:54 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

346
VIEWS
Share on FacebookShare on Twitter

VVIP নম্বৰৰ বাবে বেছিভাগ লোকেৰে এক অন্য ধৰণৰ দুৰ্বলতা থাকে। এই দুৰ্বলতা তথা ইচ্ছা পূৰণৰ বাবে বহুতে লাখৰো অধিক টকা খৰচ কৰা পৰিলক্ষিত হয়।

শেহতীয়াকৈ এটা VVIP নম্বৰৰ বাবে হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ ছাহপুৰ ছাব ডিভিজনেল ছিভিল অফিচত এটা অনবদ্য ৰেকৰ্ড গঢ়িছে।

ছাহপুৰৰ এই অফিচটোৱে গাড়ীৰ এটা পঞ্জীয়ন নম্বৰ নিলাম কৰি ১৮ লাখ ২২ হাজাৰ ৫০০ টকা লাভ কৰিছে।

মন কৰিবলগীয়া কথাটো হ’ল নম্বৰটো কোনো কোটি টকীয়া চাৰিচকীয়া গাড়ীৰ বাবে নহয়, বৰঞ্চ ৬০-৮০ হাজাৰ টকাৰ এখন স্কুটিৰ বাবেহে।

জানিব পৰা মতে কৰনাল জিলাৰ এটা ব্যক্তিগত কোম্পানি ৰাহুল পাম প্ৰাইভেট লিমিটেডে এখন নতুন স্কুটিৰ বাবে চৰকাৰৰ পৰা HP 90-0009 নম্বৰটো ল’ব বিচাৰিছিল।

এই ভি আই পি নম্বৰটোৰ বাবে চৰকাৰে ঘোষণা কৰা অনলাইন নিলামত অংশ লৈ কোম্পানিটোৱে ১৮ লাখ ২২ হাজাৰ ৫০০ টকাত ক্ৰয় কৰে।

২২ জুনৰ পৰা ২৬ জুনলৈ চলিছিল অনলাইন নিলাম।

জানিব পৰা মতে এই নম্বৰটোৰ বাবে আন কিছু লোকেও ১০ৰ পৰা ১৫ লাখ পৰ্যন্ত প্ৰদান কৰিছিল।

উল্লেখ্য যে ০০০১ ক বাদ দি যিকোনো নম্বৰ যিকোনো লোকে আহৰণ কৰিব পাৰে। নিলাম ৭৫ হাজাৰৰ পৰা আৰম্ভ হৈছিল।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd