• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত লকডাউনৰ মাজত এম্বুলেঞ্চত শাক-পাচলি, মুৰ্গী!

মহানগৰীত লকডাউনৰ মাজতে সুযোগ গ্ৰহণ কৰি একাংশই সংঘটিত কৰিলে আজৱ কাণ্ড

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 2, 2020 5:16 pm
An ambulance found carrying vegetables amid lockdown in Guwahati

এম্বুলেন্সখন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি যদি ভাবিছে, কেৱল ৰোগী কঢ়িয়াবৰ বাবেই ব্যৱহাৰ হয় এম্বুলেঞ্চ? নহয়, আপোনাৰ এই ধাৰণাক ভুল প্ৰমাণিত কৰিব মহানগৰীত দিন-দুপৰতে সংঘটিত হোৱা এটা ঘটনাই।

কিয়নো এতিয়া ৰোগীৰ উপৰিও এম্বুলেঞ্চ ব্যৱহাৰ কৰা হয় শাক-পাচলি, মুৰ্গী কঢ়িওৱাৰ কামত।

Apply Now

মহানগৰীৰ গণেশগুৰিত  সংঘটিত হৈছে এনে এক আজৱ কাণ্ড।

দিন দুপৰতে ৰোগীৰ পৰিৱৰ্তে কোনো দুষ্ট লোকে ব্যক্তিগত এম্বুলেঞ্চত কঢ়িয়াই আনিলে বস্তাই বস্তাই আলু, নেমু, পটল, ৰঙালাও, ভাতকেৰেলা, মুৰ্গী ইত্যাদি।

কেৱল কঢ়িয়াই অনাই নহয়, দিছপুৰ হাস্পাতাললৈ সোমাই যোৱা পথচোৱাত বহু সময়  দুজন লোকে বিক্ৰী কৰি থকাও প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।

তাৰ পাছতে স্থানীয় লোকসকলে খবৰ দিয়ে দিছপুৰ আৰক্ষীক।

দিছপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ উমান পাই পলাই পত্ৰ্ং দিয়ে দুয়োজন লোকে।

পলায়ন কৰা সুবিধাবাদী লোক দুজনক বিচাৰি ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।

জব্দকৃত এম্বুলেঞ্চখনৰ নম্বৰ  AS01JC 8718 ।  লকডাউনৰ সময়ছোৱাত এনেদৰেই জৰুৰীকালীন সেৱাৰ লগত জড়িত বাহনৰ অপব্যৱহাৰ কৰিছে একাংশ সুবিধাবাদীয়ে।

অৱশ্যে, দিছপুৰ থানাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত হিমাংশু প্ৰসাদ দাসে জনোৱা অনুসৰি এতিয়াৰে পৰা এনে জৰুৰীকালীন সেৱাৰ লগত জড়িত বাহন আৰু ব্যক্তিগত এম্বুলেঞ্চ তালাচী চলাইহে যাবলৈ দিব দিছপুৰ আৰক্ষীয়ে।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd