• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিলাদিত্যৰ বিস্ফোৰণ : ‍‘বাংলাদেশী মুছলমানে লকডাউন নহয় লকআপহে বুজি পায়’

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 5, 2020 7:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‍‘‍‘বাংলাদেশী মুছলমান বিলাকে ভাৰতৰ সংবিধান নামানে, তেওঁলোকে লকডাউন কি বস্তু বুজি নাপায়৷ তেওঁলোকে এটাই বস্তু বুজি পায় লকআপ। লকআপত ৰাখিব পাৰিলেহে তেওঁলোকে শিক্ষা বিলাক পায়’’, বুলি আন এক বিতৰ্কিত মন্তব্য কৰিছে হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে।

ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ পিতৃ শ্বেখ মুফটি খাইৰুল ইছলাম চহাবৰ জানাজাত অসংখ্য লোক অংশ গ্ৰহণ কৰা সন্দৰ্ভত এই মন্তব্য কৰে হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে।

Apply Now

আমিনুল ইছলামক তীব্ৰ সমালোচনা কৰি শিলাদিত্যই কয়, “আমিনুল ইছলামে ইমান মানুহ অংশ গ্ৰহণ কৰাৰ পৰা ৰোধ কৰিব পাৰিলে হেতেন কিন্তু তেওঁ নকৰিলে৷ আমিনুল ইছলাম অলপ দিন আগত জেইলত আছিল৷ তেওঁ চাগে শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছে’৷

‍‘সাধাৰণতে দেখা যায় বাংলাদেশী মুছলমান বিলাকে ভাৰতৰ সংবিধান নামানে৷ তেওঁলোকে লকডাউন কি বস্তু বুজি নাপায়৷ তেওঁলোকে এটাই বস্তু বুজি পায় সেয়া হ’ল লকআপ৷ লকআপত ৰাখিলেহে তেওঁলোকে শিক্ষা বিলাক পায়”, শিলাদিত্যৰ মন্তব্য।

আমিনুল ইছলামৰ পিতৃ ঢুকুৱা বাবে দুখ প্ৰকাশ কৰি বিধায়ক জনে কয়, “সেইদিনা নগাঁৱত হাজাৰ হাজাৰ মানুহ গোট খালে সেই শ্বেখ মুফটি খাইৰুল ইছলামৰ মৃত্যুৰ পিছত কবৰ দিব যাবলৈ৷ মই ভাবো সেয়া উচিত হোৱা নাই”৷

আমিনুল ইছলাম এজন বিধায়ক সেয়ে তেওঁ ভাৰতৰ সংবিধানৰ লগতে ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ গাইড লাইন মানি চলিব লাগে বুলি কয় দেৱে৷

“তেওঁলোকক যদি শক্তিৰে দমন নকৰো৷ তেনেহ’লে আমাৰ কাৰণে আৰু বিপদজনক হৈ যাব”, বুলি কয় শিলাদিত্যই৷

ইয়াৰ উপৰি তেওঁ কয়, ‍‘‍‘এজন মুফটিৰ মৃত্যুৰ বাবে হাজাৰ হাজাৰ মানুহ গোট খাই গ’ল৷ তেওঁলোকক ইমান মূৰ্খ কোনে সজালে’৷

এখন সমাজ ইমান মূৰ্খ হ’ব পাৰেনে বুলি উল্লেখ কৰি বিজেপি বিধায়কজনে কয় যে মুম্বাইটো তেনে এজন মুফটিৰ মৃত্যু হৈছে৷ ভাৰতৰ নহয় এচিয়াৰ শ্ৰেষ্ঠ মুফটি৷ তেওঁৰ জানাজাত কিন্তু ২০ জন মানুহ গৈছিল৷ আৰু ইয়াত হাজাৰ হাজাৰ মানুহ আহিছে।

ভাৰতীয় মূলৰ মুচলমান সকলে একপ্ৰকাৰে চিন্তা কৰে আৰু বাংলাদেশী মুছলমান সকলে বেলগ ধৰণৰ চিন্তা কৰে সেয়াটো প্ৰমান হৈ গ’ল বুলি উল্লেখ কৰি বিধায়ক দেৱে জিলা প্ৰশাসনকো দোষাৰোপ কৰে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd