• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কুৱেইট এৰিব লাগিব ৮ লাখ ভাৰতীয়ই… কিন্তু কিয় ?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2020 3:40 pm
2020_7$largeimg_12827933
54.2k
VIEWS
Share on FacebookShare on Twitter

তৈল সম্পদত চহকী দেশ কুৱেইট। বহুতৰে বাবে স্বপ্নৰ দেশ কুৱেইট।

পনীয়া সোণৰ দেশ খনলৈ ভাৰতৰ পৰা জাকে জাকে মানুহে গৈ বাস কৰি আছে।

কিন্তু সেই সকল ভাৰতীয়ৰ মাজৰে প্ৰায় ৮ লাখ ভাৰতীয়ই অনিচ্ছা সত্বেও এৰিব লাগিব দেশ খন। কুৱেইটৰ মুঠ জনসংখ্যা হৈছে ৪.৩ নিযুত।ইয়াৰে ১.৪৫ নিযুত লোকেই হৈছে ভাৰতীয়।

কুৱেইটৰ বিভিন্ন তৈল উদ্যোগৰ লগতে আন বহু উদ্যোগত জৰিত হৈ থকা এই সকল ভাৰতীয় লোক এতিয়া মূৰ কামোৰণি হৈ পৰিছে কুৱেইট চৰকাৰৰ বাবে।

কুৱেইটৰ নেছনেল এচেম্বলীৰ লিগেল এণ্ড লেজিছলেটিভ কমিটিয়ে শেহতীয়াকৈ দাখিল কৰা এক্সপাট কোটা বিধেয়কৰ জৰিয়তে প্ৰায় ৮ লাখ ভাৰতীয় লোকক দেশখনৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তাৱ দিছে।

কমিটিয়ে এই বুলি কৈছে যে কুৱেইটত এতিয়াৰে পৰা ১৫ শতাংশতকৈ বেছি বিদেশী লোক থাকিব নোৱাৰিব।

এয়াৰ ফলত প্ৰায় ৮ লাখ ভাৰতীয়ই কুৱেইট ত্যাগ কৰিব লাগিব। শেহতীয়াকৈ দেখা দিয়া কৰণাতংকৰ বাবে দেশখনৰ চৰকাৰে অধিক বিদেশী লোকৰ বোজা বহন কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছে।

কুৱেইটৰ প্ৰধানমন্ত্ৰী শ্বেখ চাবাহ অল খলিদ অল চাবাহেও কিছুদিন পূৰ্বে দেশখনত পূৰ্বৰ ৭০ শতাংশৰ ঠাইত ৩০ শতাংশ বিদেশী লোকেহে দেশখনত থাকিব পাৰিব বুলি ঘোষণা কৰিছিল।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd