• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৎস্যখণ্ডৰ বিকাশৰ জৰিয়তে আত্মনিৰ্ভৰশীল অসম নিৰ্মাণত মুখ্য মন্ত্ৰীৰ গুৰুত্ব আৰোপ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2020 6:19 pm
Sarbananda Sonowal Bajali district: Locals welcome Sonowal cabinet decision, BJP distributes sweets

সৰ্বানন্দ সোণোৱাল ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ মৎস্যখণ্ডৰ উপযুক্ত বিকাশৰ জৰিয়তে তৃণমূল পৰ্যায়ত অৰ্থনৈতিক ভেটি অধিক সৱল কৰি আত্মনিৰ্ভৰশীল অসম নিৰ্মাণত বিশেষ গুৰুত্ব আৰোপ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

কেন্দ্ৰীয় চৰকাৰে নতুনকৈ আৰম্ভ কৰা প্ৰধান মন্ত্ৰী মৎস্য সম্পদ যোজনাৰ সফল ৰূপায়নৰ জৰিয়তে এই লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে শীঘ্ৰে যাৱতীয় পদক্ষেপ ল’বলৈ মীন বিভাগক নিৰ্দেশ দিছে মুখ্য মন্ত্ৰী সোণোৱালে।

Apply Now

মীন বিভাগৰ বিষয়াসকলৰ সৈতে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এখন পৰ্যালোচনামূলক বৈঠকত এই যোজনাৰ জৰিয়তে অধিক পুঁজি বিনিয়োগেৰে ৰাজ্যৰ যুৱক-যুৱতী সকলৰ বাবে মৎসখণ্ডত কৰ্মসংস্থাপনৰ নতুন বাট মুকলি কৰিব পৰাকৈ ফলপ্ৰসু পদক্ষেপ ল’বলৈ বিভাগক মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে।

উল্লেখযোগ্য যে, কেন্দ্ৰ চৰকাৰে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত এই যোজনা ৰূপায়ণৰ বাবে ২০ হাজাৰ কোটি টকা ধাৰ্য্য কৰিছে। এই পুঁজিৰ এক বৃহৎ অংশ যাতে ৰাজ্যখনে লাভ কৰিব পাৰে তথা ৰাজ্যৰ যুৱক-যুৱতীসকল কৰ্ম সংস্থাপনৰ অধিক সুযোগ লাভ কৰিব পাৰে সেই দিশত মুখ্য মন্ত্ৰী সোণোৱালে বৈঠকত গুৰুত্ব আৰোপ কৰে।

এই আঁচনি প্ৰস্তুত কৰোতে মৎস্য পালনৰ ক্ষেত্ৰত বৰ্তমান জনপ্ৰিয় হোৱা আধুনিক পদ্ধতিসমূহৰ লগতে পোণা উৎপাদন কেন্দ্ৰ, ফীড মিল, পূৰ্ণ চক্ৰীয় জল সংৱৰ্দ্ধন, সঁজাত মীন পালন আদি বিভিন্ন মৎস্য পালন পদ্ধতিৰ ওপৰত মুখ্য মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।

মৎস্য উৎপাদনৰ দিশত বিগত ৪ বছৰে ৰাজ্যখনে লাভ কৰা অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যৰ উৎপাদিত মাছে যাতে চুবুৰীয়া ৰাজ্যৰ মাছৰ বজাৰ দখল কৰিব পাৰে সেই লক্ষ্যৰে কাৰ্য্যপন্থা গ্ৰহণ কৰিবলৈও মীন বিভাগক কয়।

মুখ্য মন্ত্ৰীয়ে কয় যে, ৰাজ্যখনত ২০০০ কোটি টকাৰ মাছৰ এখন বজাৰ আছে আৰু এই বজাৰখন যথেষ্ট সম্ভাৱনাৰ পূৰ্ণ। এই বজাৰখনৰ উপযুক্ত বিকাশ সাধন কৰাৰ লগতে যুৱক-যুৱতীসকলৰ মৎস্য পালনৰ বাবে প্ৰয়োজনীয় দক্ষতা বিকশিত কৰি তোলাটো প্ৰয়োজনীয়।

এই যোজনাখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় খণ্ডৰ আঁচনি আৰু কেন্দ্ৰীয়ভাৱে সাহায্যপ্ৰাপ্ত আঁচনিৰ অধীনত মৎস্য পালকসকলক আৰ্থিক অনুদান আগবঢ়াব ফলত মৎস্য পালনৰ ক্ষেত্ৰত পুঁজিৰ সমস্যা নাইকীয়া কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে মত প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd