• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সন্যাস নে পদত্যাগ! : ন বিজেপিৰ খুন্দাত ছিটিকি পৰিল ৩০ বছৰীয়া প্ৰবীণ বিজেপি শিলাদিত্য

ন-বিজেপিৰ ঠেলাত তিষ্ঠিব নোৱাৰি ক্ৰীজৰ পৰা বাহিৰ ইজনৰ পিছত সিজন পুৰণি বিজেপি

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
July 12, 2020 6:35 pm
Untitled-1-2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিজেপিৰ অন্দৰ মহলৰ ন-বিজেপিৰ লবী কেন্দ্ৰিক ৰাজনীতিত তিষ্ঠিব নোৱাৰি কৰ্ফাল খাই ছিটিকি পৰিল বিজেপিৰ হোজাইৰ বিধায়ক তথা ৩০ বছৰীয়া প্ৰবীণ বিজেপি নেতা শিলাদিত্য দেৱ।

অসমৰ ৰাজনীতিত এজন অতি সাম্প্ৰায়িক ৰাজনীতিক হিচাপে আৰ্বিভাৱ ঘটি সংবাদ মাধ্যমৰ নয়নৰ মণি হৈ পৰা শিলাদিত্য দেৱে বিজেপিৰ ভিতৰ চ’ৰাত নিজৰ খুটি মজবুত কৰিব নোৱাৰি বিজেপিৰ এৰাৰ কথা আজি স্পষ্ট হৈছে।

Apply Now

হোজাইত আহ্বান কৰা এক সংবাদ মেলত এই কথা ঘোষণা কৰি বিজেপিৰ বিধায়কজনে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ প্ৰতি বহুতো গুৰুতৰ অভিযোগো উত্থাপন কৰে।

বিজেপি দলত এতিয়া নতুনক আদৰ আৰু পুৰণিক হাটাও অভিযান চলিছে বুলিও অভিযোগ কৰিছে বিধায়ক শিলাদিত্যই।

“কালি-পৰহি বিজেপিত জইন কৰা নেতাই ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ পদ লাভ কৰে। আনকি ৰাজ্যিক স্তৰৰ সম্পাদকৰ পদো দিয়া হয়। কিন্তু ৩০ বছৰ বিজেপি কৰাৰ পিছতো দলত মোক মাত্ৰ মুখপাত্ৰৰ দায়িত্ব দি ৰাখিছে।” ৰাজ্যিক নেতৃত্বৰ প্ৰতি তীব্ৰ বিষোদগাৰ কৰি শিলাদিত্যই সংবাদ মেলত কয়।

দীৰ্ঘদিন ধৰি দলীয় মজিয়াত এলাগি হৈ পৰি ৰোৱা বিধায়ক শিলাদিত্যই যোৱা বেছ কিছুদিন ধৰি ৰাজনৈতিক হতাশাগ্ৰস্তাত ভুগি দলীয় নেতৃত্বৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰি আহিছিল।

স্মৰ্তব্য যে, সততে ৰাজ্যৰ সংবাদ মাধ্যমত মুকলিকৈ সাম্প্ৰদায়িক ঐক্য আৰু সম্প্ৰীতি বিনষ্ট কৰি ঘৃণা বিয়পাবলৈ প্ৰয়াস কৰি অহাৰ ফলতে বিধায়ক শিলাদিত্য দেৱ দলৰ মজিয়াত এলাগী হোৱা বুলি ধাৰণা কৰা হৈছে।

ইফালে বিধায়ক গৰাকীয়ে পদত্যাগ নকৰি অব্যাহতি লোৱা বুলিহে কৌশলী মন্তব্য কৰে।

শিলাদিত্যই কয় যে, “মই পদত্যাগ নকৰো। অব্যাহতিহে ল’ম। পদত্যাগ কৰিলে ভাবিব মই অন্য দলত যোগ দিম।”

অহা ১৪ জুলাইত বিজেপিৰ পৰা অব্যাহতি ল’ব বুলি ঘোষণা কৰি বিধায়ক শিলাদিত্যই “কালি হত্যা হোৱাতকৈ আজি চুইচাইড কৰাই ভাল” বুলি অতি তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰে।

অৰ্থাৎ ৰাজ্যিক বিজেপিয়ে দলৰ পৰা বহিস্কাৰ কৰাৰ পূৰ্বে নিজেই দলৰ পৰা আঁতৰি আহি অসমৰ ৰাইজৰ আগত নিজৰ মুখলজ্জা ৰক্ষা কৰিবলৈকে বিধায়ক শিলাদিত্যই এইদৰে কৌশলী মন্তব্য কৰা বুলি চৰ্চিত হৈছে।

উল্লেখ্য যে বিধায়কগৰাকীয়ে বাৰম্বাৰ ৰাজ্যিক সভাপতিলৈ ফোন কৰাৰ পিছতো সভাপতি গৰাকীয়ে ফোন ৰিচিভ নকৰা বুলি অভিযোগ কৰিছে।

কালি এবাৰ ফোন ৰিচিভ কৰিলেও বিশেষ একো কথা নকৈ পিছত ফোন কৰি আছো বুলি কৈ সংবাদ মেল সম্বোধন কৰাৰ পৰ্যন্ত সভাপতি ৰঞ্জিত দাসে ফোন কৰা বুলি সংবাদ মেলত ক্ষোভ উজাৰিছে বিধায়ক শিলাদিত্যই।

শিলাদিত্যই দলৰ মজীয়াত অপাংক্তেয় হৈ পৰাৰ বাবেই বিজেপিৰ দলৰ পৰা সন্যাস লোৱা বুলি ধাৰণা কৰা হৈছে।

এইদৰেই ইজনৰ পিছত সিজন প্ৰবীণ বিজেপি নেতাই ন-বিজেপিৰ ভিৰত কৰ্ফাল কাই ছিটিকি পৰিবলৈ আৰম্ভ কৰিছে।

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd