• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২২ বাৰ বিচাৰিও ভাৰতে পোৱা নাই এখন মেপ!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2020 9:19 am
india_china_border_2
13.3k
VIEWS
Share on FacebookShare on Twitter

চীন-ভাৰতৰ সীমা সমস্যা নতুন কথা নহয়।  দশকৰ পিছত দশক ধৰি দুয়ো খন দেশৰ মাজত কেৱল লাডাখেই নহয়,অৰুণাচল, ছিকিম আদিৰ সীমান্ত অঞ্চলক লৈয়ো বিবাদ চলি আহিছে।

শেহতীয়াকৈ পূৱ লাডাখৰ গালোৱান ভেলীত চীনৰ সেনাই ২০ জনকৈ ভাৰতীয় জোৱানক হত্যা কৰাৰ পিছতে সমগ্ৰ বিষয়টো অধিক জটিল হৈ পৰিছে।

লাডাখ কাণ্ডৰ পিছত চীনৰ সৈতে ভাৰতৰ তিনি বাৰকৈ আলোচনা হৈছে। চতুৰ্থ লানি আলোচনাও শীঘ্ৰে অনুষ্ঠিত হব।

ভাৰতে এতিয়ালৈ লাডাখৰ সীমা সমস্যা সন্দৰ্ভত চীনৰ সৈতে ২২ বাৰ আলোচনা কৰিছে। এইবাৰ হবলগীয়া আলোচনাত ভাৰতে চীনক পুনৰ পূৱ লাডাখৰ মেপ ভাৰতৰ হাতত তুলি দিবলৈ দাবী জনাব বুলি ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি  চীনে আজি লৈকে পূৱ লাডাখৰ মেপ ভাৰতৰ হাতত অৰ্পন কৰা নাই ।

চীন আৰু ভাৰতৰ মাজৰ পূৱ লাডাখৰ মেপ আদান-প্ৰদান হ’লেহে দুয়ো খন দেশে প্ৰকৃত সীমা চিনাক্ত কৰিব পাৰিব যদিও চীনে উক্ত অঞ্চলৰ মেপ ভাৰতক দিয়াৰ পৰা বিৰত আছে।

দৰাচলতে চীনে পূৱ লাডাখৰ বৃহৎ অঞ্চল দখল কৰি আছে।

মেপৰ আদান-প্ৰদান হ’লেই জোলোঙাৰ মেকুৰী ওলাই পৰাৰ ভয়তে চীনে ভাৰতক নিদিয়ে পূৱ লাডাখৰ মেপ।

সেয়ে ২২ বাৰৰ আলোচনাত বিচাৰিও ভাৰতে পোৱা নাই সেই মেপ।

Recent News

নিচাযুক্ত পানীয় খুৱাই এমবিবিএছৰ ছাত্ৰীক দলবদ্ধ ধ*ৰ্ষণ; মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ৩ সহপাঠী

নিচাযুক্ত পানীয় খুৱাই এমবিবিএছৰ ছাত্ৰীক দলবদ্ধ ধ*ৰ্ষণ; মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ৩ সহপাঠী

আৰক্ষীৰ জালত আলফা(স্বা)ৰ দুধৰ্ষ কেডাৰ ৰূপম অসম

আৰক্ষীৰ জালত আলফা(স্বা)ৰ দুধৰ্ষ কেডাৰ ৰূপম অসম

বৃহৎ আইনী জয় হাৰ্ভাৰ্ডৰ! ট্ৰাম্পৰ বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বন্ধ কৰাৰ সিদ্ধান্তত স্থগিতাদেশ

বৃহৎ আইনী জয় হাৰ্ভাৰ্ডৰ! ট্ৰাম্পৰ বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বন্ধ কৰাৰ সিদ্ধান্তত স্থগিতাদেশ

অগ্নিবীৰক বচাবলৈ জাপ দিলে নদীত; ছিকিমত মৃত্যু ৬ মাহ পূৰ্বে যোগদান কৰা সেনা বিষয়া শশাংকৰ

অগ্নিবীৰক বচাবলৈ জাপ দিলে নদীত; ছিকিমত মৃত্যু ৬ মাহ পূৰ্বে যোগদান কৰা সেনা বিষয়া শশাংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd