• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাইলাকান্দিৰ কোৱাৰেণ্টাইন কেন্দ্ৰত মহিলাৰ আত্মহত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2020 4:41 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাইলাকান্দি জিলাত প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইনত থকা এগৰাকী ৩২ বছৰীয়া মহিলাই সোমবাৰে আত্মহত্যা কৰে।

বাংগালুৰুৰ পৰা উভতি অহাৰ পাছৰে পৰা মহিলা গৰাকীয়ে পৰিয়ালৰ লোকৰ সৈতে কোৱাৰেণ্টাইনত আছিল।

Apply Now

আৰক্ষীয়ে জানিব দিয়া মতে, মহিলা গৰাকীৰ স্বামীৰ ক’ৰ’নাৰ পৰীক্ষাৰ ফলাফল অহাত পলম হোৱা বাবেই মহিলা গৰাকীয়ে আত্মহত্যাৰ পথ বাচি লোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

হালিকান্দিৰ এখন চৰকাৰী বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা মহিলা গৰাকীয়ে বিদ্যালয়খনৰে গা ধোৱা ঘৰত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।

মহিলা গৰাকী তেওঁৰ স্বামী আৰু তেওঁলোকৰ আঠবছৰীয়া পুত্ৰই বিগত ২৮ জুনত বাংগালুৰুৰ পৰা বিমানযোগে অসমলৈ উভতি আহিছিল।

অসমলৈ উভতি অহাৰ পাছতে মহিলা গৰাকী আৰু তেওঁৰ স্বামী আৰু পুত্ৰৰ স্বোৱাৰ সংগ্ৰহ কৰি স্বাস্থ্য বিষয়া সকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল বুলি আৰক্ষীয়ে কয়।

উল্লেখযোগ্য যে, অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ১৩ জুলাইত ৰাজ্যত মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ১০০১ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd