• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰাত আৰক্ষীৰ অভিযানত প্ৰায় ১ কোটি টকা মূল্যৰ চোৰাং চুপাৰী জব্দ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
July 14, 2020 5:02 pm
জব্দ হোৱা চুপাৰী খিনি

জব্দ হোৱা চুপাৰী খিনি

2.1k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাইত সোমবাৰে আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৩৪৭ বস্তা চোৰাং চুপাৰী জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, উত্তৰ গুৱাহাটীৰ আৰক্ষীৰ অভিযানকাৰী দল এটাই কৃষ্ণাইত উপস্থিত হৈ গোৱালপাৰা জিলা আৰক্ষীৰ সহযোগত সন্ধিয়া জাগ্ৰতপাৰা গাঁৱৰ চুপাৰী ব্যৱসায়ী শ্যামল মিত্ৰৰ  গোডাউনত অভিযান চলাই প্ৰায় এক কোটি টকাৰ চোৰাং চুপাৰী উদ্ধাৰ কৰে।

ঘটনাৰ আঁত ধৰি জানিব পৰা মতে, উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ পৰা চুপাৰী ভৰ্তি ট্ৰাক এখন পশ্চিম বংগলৈ গৈ থকা অৱস্থাত ট্ৰাকখন আধা বাটতে হাইজেক কৰা হয়।

এই ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী থানাত এটা গোচৰ ৰুজু কৰা হয় আৰু এই গোচৰটোৰ অনুসদ্ধানত অভিযান চলাই অৱশেষত কৃষ্ণাইৰ পৰা উদ্ধাৰ হয় চোৰাং চুপাৰীৰ বস্তাবোৰ।

দেওবাৰে নিশা উত্তৰ গুৱাহাটী আৰক্ষীয়ে কৃষ্ণাইৰ পৰা আফছাৰ আলী নামৰ এজন যুৱকক আটক কৰিছিল।

ধৃত যুৱকজনৰ স্বীকাৰোক্তিৰ ভিতিত সোমবাৰে অভিযান চলাই চোৰাং চুপাৰীখিনি উদ্ধাৰ কৰে আৰক্ষীৰ দলটোৱে।

ইফালে, এই অভিযান সম্পৰ্কে আৰক্ষীয়ে সংবাদ মাধ্যমক সবিশেষ জনোৱাৰ পৰা বিৰত থাকে।

ইফালে অভিযুক্ত চোৰাং চুপাৰী ব্যৱসায়ী শ্যামল মিত্ৰ পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জব্দ কৰা চুপাৰিখিনি  পুনৰ উত্তৰ গুৱাহাটীলৈ লৈ যায়।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd