• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এগৰাকী যুৱতীসহ আফগানিস্তানৰ দুই ISIS সন্ত্ৰাসবাদীক পুণেত গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2020 5:25 pm
isis-7591

প্রতিকী ফটো, সৌজন্য- ইন্টাৰনেট

5.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত আক্ৰমণ চলোৱাৰ উদ্দেশ্যে পুণেত আশ্ৰয় লৈ থকা আফগানিস্তানৰ আইছিছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(NIA)এ।

এক গোপন সূত্ৰৰ পম খেদি পুনেৰ কুণ্ডায়া ও ইয়েৰৱাদা অঞ্চলত অভিযান চলাই ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(NIA)ৰ এটা দলে এগৰাকী যুৱতীসহ আন দুই সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে।

ধৃত সন্ত্ৰাসবাদীৰ নাম নাভিল ছিদ্দিকি ক্ষেত্ৰী আৰু ছাদিয়া আনোৱাৰ শ্বেইখ বুলি জানিব পৰা গৈছে।

সোমাবৰে এনআইএ-এ জানিবলৈ দিয়ে যে ইছলামিক ষ্টেট খোৰাছান প্ৰভিন্স(ISKP)ৰ সদস্যই ভাৰতৰ বিভিন্ন প্ৰান্তত আক্ৰমণ কৰিবলৈ ইয়াৰ শ্লীপাৰ ছেলৰ সদস্যসকলক সাজু কৰি তুলিছে।

দেওবাৰে এনআইএ-এ বিশেষ গোপণ সূত্ৰৰ খবৰৰ ভিত্তিত পুণেৰ দুই এলেকাৰ পৰা অভিযান চলাই উক্ত দুই সন্ত্ৰাসবাদী সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইফালে ধৃত নাভিলৰ যোৱা মাৰ্চ মাহত দিল্লীত গ্ৰেপ্তাৰ বৰণ হোৱা আইছিছ ৰ দুই সন্ত্ৰাসবাদী জাহানজেব ছামী আৰু আব্দুলা বাচিতৰ সৈতে সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে।

আজি ধৃত দুই সন্ত্ৰাসবাদীক পুণেৰ পৰা দিল্লীলৈ অনা হৈছে।

তদন্তকাৰী সংস্থাটোৰ মতে ভাৰতৰ বিভিন্ন প্ৰান্তত সক্ৰিয় আইএছআইৰ সদস্যসকলক এই নাভিলেই সহায় কৰি আহিছে।

Recent News

গুৱাহাটীৰ মলৰ পিভিআৰ চিনেমাত ফলছ চিলিং ভাঙি পৰি দৰ্শকৰ মাজত আতংক; ৩ জন আহত

গুৱাহাটীৰ মলৰ পিভিআৰ চিনেমাত ফলছ চিলিং ভাঙি পৰি দৰ্শকৰ মাজত আতংক; ৩ জন আহত

অ’ভেল টেষ্টত আজি জয়ী হ’বলৈ ভাৰতক লাগে আৰু ৪ টা উইকেট; ইংলেণ্ডক প্ৰয়োজন ৩৫ ৰান

অ’ভেল টেষ্টত আজি জয়ী হ’বলৈ ভাৰতক লাগে আৰু ৪ টা উইকেট; ইংলেণ্ডক প্ৰয়োজন ৩৫ ৰান

ক্ষমা বিচৰিবলৈ গৈও সমস্যা? সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিলে এই ভুলবোৰ নকৰিব

ক্ষমা বিচৰিবলৈ গৈও সমস্যা? সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিলে এই ভুলবোৰ নকৰিব

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd