• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰ্যতঃ সাক্ষী গোপাল হ’ল স্মাৰ্ট ফোন! : অৰ্ধসামৰিক বাহিনীত নিষিদ্ধ ফেইচবুকসহ ৮৯ টা এপ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2020 2:57 pm
images
5.5k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনা বাহনীৰ পিছত এইবাৰ দেশৰ আটাইবোৰ অৰ্ধসামৰিক বাহিনীতে ফেইচবুকসহ ৮৯ টা এপ নিষিদ্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত লোৱা হৈছে এই সিদ্ধান্ত।

মঙলবাৰে গৃহ মন্ত্ৰালয়ৰ এক পত্ৰত কোৱা হৈছে যে অৰ্ধসামৰিক বাহিনীৰ কৰ্মীসকলে আৰু ফেইচবুক ব্যৱহাৰ কৰিব নোৱাৰিব।

ফেইচবুকৰ লগতে বিদেশী এপসমূহ ব্যৱহাৰ কৰাৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।

সূত্ৰৰ খবৰ অনুসৰি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কীষণ ৰেড্ডীৰ নিৰ্দেশ মৰ্মে এই সিদ্ধান্ত লৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

মঙলবাৰে CRPF, BSF, CISF, ITBP আৰু NSGৰ শীৰ্ষ বিষয়ালৈ গৃহ মন্ত্ৰালয়ে এই নিৰ্দেশ সম্বলিত পত্ৰ প্ৰেৰণ কৰিছে।

অৰ্ধসামৰিক বাহিনীৰ পৰা অৱসৰ লাভ কৰা লোকসকলেও ব্যৱহাৰ কৰিব নোৱাৰিব ফেইচবুক।

গৃহ মন্ত্ৰালয়ৰ মতে যিহেতু অৱসৰপ্ৰাপ্ত লোকসকলো বাহিনীৰ কামকাজ সম্পৰ্কে অৱগত সেয়ে তেওঁলোকে ফেইচবুক আৰু বিদেশী এপসমূহ ব্যৱহাৰ কৰিব নোৱাৰিব।

দেশৰ নিৰাপত্তা খাতিৰত আৰু জোৱানসকলক হানি ট্ৰেপিঙৰ লগতে অনলাইন তথ্য চুৰি পৰা ৰক্ষা কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ৮৯ বিদেশী এপ ভাৰতীয় সেনাবাহিনীৰ বাবে নিষিদ্ধ কৰা হৈছিল।

Facebook, Instagram, Snapchat, WeChat, Hike, TikTok, True Caller, PUBG, Likee, Tinder, songs.pk আদিৰ দৰে বহুল প্ৰচাৰিত এপবোৰৰ লগতে ই-কৰ্মাছ আদিও নিষিদ্ধ কৰা হৈছে।

Recent News

সলনি হ’ব নেকি ‘কৌন ব’নেগা কড়োৰপতি’ৰ সূত্ৰধাৰ! চলিছে গুঞ্জন

সলনি হ’ব নেকি ‘কৌন ব’নেগা কড়োৰপতি’ৰ সূত্ৰধাৰ! চলিছে গুঞ্জন

‘মই এনেকৈ কাম কৰিব নোৱাৰো!’ বাংলাদেশত অব্যাহত অস্থিৰতা…পদত্যাগ কৰিব নেকি ইউনুছে?

‘মই এনেকৈ কাম কৰিব নোৱাৰো!’ বাংলাদেশত অব্যাহত অস্থিৰতা…পদত্যাগ কৰিব নেকি ইউনুছে?

অজিত ভূঞাৰ সাংসদ পুঁজিৰ বিয়াগোম কেলেংকাৰী! ACS শৰ্মিষ্ঠা বৰাক বৰ্খাস্ত

অজিত ভূঞাৰ সাংসদ পুঁজিৰ বিয়াগোম কেলেংকাৰী! ACS শৰ্মিষ্ঠা বৰাক বৰ্খাস্ত

দুলীয়াজান বন্ধ কাৰ্যসূচীৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক

দুলীয়াজান বন্ধ কাৰ্যসূচীৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd