• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২০ কাটাৰ ফিফা ফুটবল বিশ্বকাপৰ সূচী প্ৰকাশ : আকৰ্ষণীয় হ’ব গ্ৰুপ পৰ্যায়ৰ মেচ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2020 10:27 am
1500x500
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বব্যাপী ক’ৰ’না সন্ত্ৰাসৰ মাজতে ঘোষণা কৰা হ’ল ২০২০ কাটাৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ সূচী।

বুধবাৰে আয়োজক দেশ কাটাৰে ঘোষণা কৰি কৈছে যে ২০২০ বৰ্ষৰ ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতাখন ২০২০ চনৰ ২১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব।

Apply Now

উল্লেখ্য যে ২০২০ বৰ্ষৰ ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতাখন কাটাৰে আয়োজন কৰিছে।

ফিফা(FIFA)-ই কাটাৰৰ সুপ্ৰিম কমিটিৰ সৈতে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি কোৱা হৈছে যে, ২০২০ চনৰ ২১ নৱেম্বৰত কাটাৰৰ ৬০ হাজাৰ আসনবিশিষ্ট আল খোৰৰ আল বায়াত ষ্টেডিয়ামত উদ্বোধনী মেচখন অনুষ্ঠিত হ’ব।

আনহাতে ১৮ ডিচেম্বৰত চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব ৮০ হাজাৰ আসনবিশিষ্ট দোহাৰ লুলেইল ষ্টেডিয়ামত।

? 2022 #WORLDCUP MATCH SCHEDULE ?

? It all starts in Qatar on Monday 21 November 2022 ?

?️? https://t.co/tIvYvRoy5j pic.twitter.com/yQvgGczszK

— FIFA World Cup (@FIFAWorldCup) July 15, 2020

বিশ্বৰ ৩২ খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব লগীয়া ২০২০ কাটাৰ ফুটবল বিশ্বকাপত এইবাৰ গ্ৰুপ পৰ্যায়ত প্ৰতি দিনে ৪ খনকৈ মেচ অনুষ্ঠিত হ’ব। ফিফাই গ্ৰুপ পৰ্যায়ৰ মেচসমূহ দ্ৰুতভাৱে শেষ কৰিবলৈ লোৱা সিদ্ধান্তৰ বাবেই এইদৰে সূচী তৈয়াৰ কৰা হৈছে।

১২ দিনত গ্ৰুপ পৰ্যায়ৰ মেচসমূহ শেষ হ’ব। এটা দিনত চাৰিখনকৈ মেচ অনুষ্ঠিত হ’ব আৰু প্ৰতিখন মেচত তিনি ঘণ্টা সময়ৰ ব্যৱধান থাকিব।

দিনটোৰ প্ৰথমখন খেল স্থানীয় সময় দুপৰীয়া ১ বজাৰ পৰা আৰম্ভ হ’ব আৰু শেষৰখন খেল অনুষ্ঠিত হ’ব নিশা ১০ বজাৰ পৰা।

দেশখনৰ আঠখন ষ্টেডিয়ামত উক্ত খেলসমূহ অনুষ্ঠিত কৰা হ’ব।

ইপিনে দ্বিতীয় পৰ্যায় অৰ্থাৎ শেষ-১৬ৰ খেলসমূহ দিনে দুখনকৈ খেলোৱা হ’ব। এই পৰ্যায়ৰ মেচসমূহ শেষ হোৱাৰ দুদিন বিৰতিৰ পিছত আৰম্ভ হ’ব কোৱাৰ্টাৰ ফাইনেলৰ মেচসমূহ।

কোৱাৰ্টাৰ ফাইনেলৰ পৰা ফাইনেল মেচলৈকে প্ৰতিটো পৰ্যায়তে দুদিনৰ সময় বিৰতি থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd