• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’ণা ভাইৰাছৰ নতুন লক্ষণ চিনাক্ত, কি সেই লক্ষণ?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2020 7:44 pm
symptoms-cold-flu-corona-
49.4k
VIEWS
Share on FacebookShare on Twitter

মহামাৰী ক’ৰ’ণাই এতিয়া সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। বিশ্বত ১৩.৬ নিযুতৰো অধিক লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে। মৃত্যু ঘটিছে ৫৮৬,৪২৩ গৰাকী লোকৰ।

ক’ৰ’ণা ভাইৰাছৰ লক্ষণ বুলি ক’লে আমি সাধাৰণত জ্বৰ,কাঁহ,চৰ্দি,মূৰৰ বিষ আৰু কেতিয়াবা বমিৰ লক্ষণৰ কথাই জানি আহিছো।

কিন্তু ক’ৰ’ণাৰ এনে লক্ষণ সমূহৰ উপৰিও আন এক লক্ষণ চিনাক্ত কৰি উলিয়াবলৈ সক্ষম হৈছে স্পেইনৰ এদল স্বাস্থ্য বিজ্ঞানীয়ে।

স্পেইনৰ মাদ্ৰিদত থকা ইউনিভাৰ্চিটি হস্পিতাল ৱাই কাজালৰ চিকিৎসা বিজ্ঞানীৰ দলে গৱেষণা তথা পৰ্যবেক্ষণৰ অন্তত এই কথাত নিশ্চিত হৈছে যে ক’ৰ’ণাত আক্ৰান্ত লোক এজনৰ দেহত জ্বৰ,কাঁহ,চৰ্দি,মূৰৰ বিষ আদিৰ উপৰি আন এক লক্ষণে দেখা দিব পাৰে।

সেই লক্ষণ হৈছে মুখৰ ভিতৰত হোৱা ঘা।

চিকিৎসা প্ৰতিষ্ঠানটোৰ গৱেষক ডা.জুৱান জিমেনেজে সদৰী কৰা অনুসৰি জ্বৰ,কাঁহ,চৰ্দি,মূৰৰ বিষ আদি লক্ষণ নাথাকিলেও যদি কাৰোৱাৰ মুখৰ ভিতৰত ঘা হয় তেন্তে তেওঁ ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা থাকে।

এই প্ৰসংগত তেওঁ এই বুলি কৈছে যে এপ্ৰিল মাহত ক’ৰ’ণাত আক্ৰান্ত হোৱা ২১ গৰাকী ৰোগীৰ ক্ষেত্ৰত পৰ্যবেক্ষণ চলাই এই কথা নিশ্চিত কৰা হৈছে যে ইয়াৰে ৬ গৰাকী ৰোগীৰ মুখ গহ্বৰত ঘাৰ সৃষ্টি হৈছিল।

ঘাৰ সৃষ্টি হোৱা ৬ গৰাকী ৰোগীৰ ভিতৰৰে আকৌ ৪ গৰাকীয়েই মহিলা বুলি তেওঁ প্ৰকাশ কৰিছে।

ইতিমধ্যে জামা ডাৰমাট’ল’জি জাৰ্নালত এই বিষয়ে সবিস্তাৰে প্ৰকাশ পাইছে।

মুখ গহ্বৰত ঘা হোৱা ৰোগী সকলৰ বয়স ৪০-৬৯ বুলি গৱেষক গৰাকীয়ে কৈছে।

সেয়ে জ্বৰ,কাঁহ,চৰ্দি,মূৰৰ বিষ আদিৰ লক্ষণ নাথাকিলেও মুখৰ ভিতৰত হোৱা ঘাকো হয়তো অৱজ্ঞাৰ দৃষ্টিৰে চোৱা উচিৎ নহ’ব

Recent News

এটা সুস্থ জীৱন কামনা কৰে যদি এৰক ৰক্তচাপ বৃদ্ধি কৰা এই ৩ বিধ খাদ্য

এটা সুস্থ জীৱন কামনা কৰে যদি এৰক ৰক্তচাপ বৃদ্ধি কৰা এই ৩ বিধ খাদ্য

২ লাখ টকাৰ নন-ৰিফাণ্ডেবল ট্ৰেভেল বুকিংৰ পিছতো ChatGPT-ৰ সহায়ত লাভ কৰিলে ৰিফাণ্ড! সামাজিক মাধ্যমত দাবী এগৰাকী ব্যৱহাৰকাৰীৰ

২ লাখ টকাৰ নন-ৰিফাণ্ডেবল ট্ৰেভেল বুকিংৰ পিছতো ChatGPT-ৰ সহায়ত লাভ কৰিলে ৰিফাণ্ড! সামাজিক মাধ্যমত দাবী এগৰাকী ব্যৱহাৰকাৰীৰ

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd