• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০ জুলাইৰ পৰা গুৱাহাটী আনল’ক-১ : কি কি ৰেহাই পাব মহানাগৰিকে আনল’ক-১ত ?

৭ বজাৰ পৰা ৫ বজালৈকে দোকানসমূহ খোলা ৰখাৰ নিৰ্দেশনা দিয়া হৈছে।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 18, 2020 6:30 pm
index.jpg
13k
VIEWS
Share on FacebookShare on Twitter

অহা ২০ জুলাইৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব আনলক ১।

আনল’ক ১ত বহু ক্ষেত্ৰত শিথিলতা আনিছে ৰাজ্য চৰকাৰে।

অহা  ২ আগষ্টলৈকে গুৱাহাটীত আনল’ক বাহাল থাকিব বুলি এক সংবাদমেলযোগে জনায় ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই।

মহানগৰীৰ সকলো দোকান-বজাৰ খোলা থাকিব যদিও ৰাস্তাৰ এটা পাৰত পৰ্যায়ক্ৰমে এদিন খোলা থাকিব দোকানসমূহ।

৭ বজাৰ পৰা ৫ বজালৈকে দোকানসমূহ খোলা ৰখাৰ নিৰ্দেশনা দিয়া হৈছে।

পাইকাৰী আৰু আন সামগ্ৰী বিক্ৰী সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব বুলি তেওঁ সংবাদমেলত জনায়।

অৱশ্যে আনলক-১ত জিম, চিনেমা হল, শ্বপিং মল, শিক্ষানুষ্ঠান বন্ধ থাকিব।

ইয়াৰোপৰি, তেওঁ জনোৱা অনুসৰি চৰকাৰী-বেচৰকাৰী কাৰ্যালয় ৩০ শতাংশ কৰ্মচাৰীৰে খুলিব পাৰিব।

সকলো কাৰ্যালয়তে ক’ৰ’ণা পৰীক্ষা কৰিব লাগিব।

তদুপৰি সকলো নিৰ্মাণ কাৰ্যৰ কাম চলাই নিব পাৰিব বুলি তেওঁ জনায়।

পাৰ্লাৰ আৰু চেলুন কেৱল চুলি কটাৰ বাবে মুকলি কৰিব পাৰিব বুলি তেওঁ জনায়।

ৰিপড’, কেব, অটো, ৰিক্সা চলাব পাৰিব যদিও চালকে চেনিটাইজাৰ, থাৰ্মমিটাৰ ৰাখিব লাগিব৷

কেব, অটো ৰিক্সা আৰু ৰিক্সাত ইত্যাদি কেৱল দুজন যাত্ৰী নিব পাৰিব। সকলোৱে কোভিড১৯ নিগেটিভ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব আৰু প্ৰত্যেক ভাড়া মৰাৰ পাছত চেনিটাইজ কৰিব লাগিব।

তাৎপৰ্যপূৰ্ণভাবে ব্যক্তিগত বাহন চলাচল নিষিদ্ধ কৰিছে ৰাজ্য চৰকাৰে। কেৱল জৰুৰীকালীন আৰু কাৰ্যালয় সংক্ৰান্তীয় কামতহে ব্যক্তিগত বাহন চলাচল কৰিব পাৰিব।

সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৮ বজালৈকে অব্যাহত থাকিব বুলি মুখ্য সচিবে জনায়।

সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াত খোলা থাকিব। কিন্তু  বুধবাৰৰ পৰা এই সেৱা বন্ধ থাকিব বুলি তেওঁ জনায়।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd