• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইৰানত ক’ৰ’ণাত আক্ৰান্ত আঢ়ৈ কোটি লোক! ৰাষ্ট্ৰপতিৰ দাবীক লৈ তোলপাৰ বিশ্ব

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2020 1:33 pm
Hassan-Rouhani
11.1k
VIEWS
Share on FacebookShare on Twitter

প্ৰায় আঠ কোটি জনসংখ্যাৰ এখন দেশ। মধ্য প্ৰাচ্যৰ প্ৰাচুৰ্য-বৈভৱেৰে ভৰা দেশ ইৰানত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা শুনি এতিয়া বহুতৰে চকু থৰ লাগিছে।

আঠ কোটি জনসংখ্যাৰ দেশ ইৰানত আঢ়ৈ কোটি মানুহেই আক্ৰান্ত হৈছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছত।

এয়া কোনো সাধাৰণ ব্যক্তিয়ে কৰা দাবী নহয়। এই দাবী কৰিছে খোদ ইৰানৰ ৰাষ্ট্ৰপতিয়ে।

ইৰানৰ ৰাষ্ট্ৰপতি হাছান ৰৌহানিয়ে শনিবাৰে টেলিভিছনত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত এই বুলি কয় যে ইৰানত এতিয়া আঢ়ৈ কোটি লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।

অনাগত দিনত দেশখনৰ আৰু চাৰে তিনি কোটি লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা থকা বুলি ৰৌহানিয়ে কয়।

তেওঁ লগতে কয় যে ইৰানত ১৮ হাজাৰ লোকৰ ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

ৰাষ্ট্ৰপতি ৰৌহানিৰ এনে ঘোষণাৰ পিছতে সমগ্ৰ বিশ্বতে এই মন্তব্যক লৈ জোকাৰণিৰ সৃষ্টি হৈছে।

কাৰণ ক’ৰ’ণা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত প্ৰথম স্থানত থকা দেশ খন হৈছে আমেৰিকা।

আমেৰিকাৰ পিছতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ব্ৰাজিল আৰু ভাৰত।

ইৰানৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি দেশ খনত ক’ৰ’ণাত আক্ৰান্তৰ সংখ্যা হৈছে প্ৰায় ২ লাখ ৭০ হাজাৰ।

স্বাস্থ্য বিভাগৰ তথ্য আৰু ৰাষ্ট্ৰপতিৰ ভাষ্যৰ মাজত আকাশ পাতাল পাৰ্থক্যই এতিয়া সেয়ে বহুতকে আচৰিত কৰিছে।

ৰাষ্ট্ৰপতি ৰৌহানিৰ ভাষ্য যদি সঁচা হয় তেন্তে ৮ কোটি জনসংখ্যাৰ দেশ ইৰানৰ ৭৫ শতাংশ লোকেই হৈছে ক’ৰ’ণাত আক্ৰান্ত!

Recent News

মতাদৰ্শৰ বাবে কাৰোবাক জেলত ভৰাব নোৱাৰি: কেৰালাৰ আৰ এছ এছ নেতাৰ হত্যাৰ অভিযুক্তক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ে

মতাদৰ্শৰ বাবে কাৰোবাক জেলত ভৰাব নোৱাৰি: কেৰালাৰ আৰ এছ এছ নেতাৰ হত্যাৰ অভিযুক্তক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ে

গ্ল’বেল ফৰেষ্ট ৱাট্চৰ প্ৰতিবেদনত ভয়ংকৰ তথ্যঃ ২০২৪ চনত ভাৰতে হেৰুৱালে ১৮,২০০ হেক্টৰৰ বনাঞ্চল

গ্ল’বেল ফৰেষ্ট ৱাট্চৰ প্ৰতিবেদনত ভয়ংকৰ তথ্যঃ ২০২৪ চনত ভাৰতে হেৰুৱালে ১৮,২০০ হেক্টৰৰ বনাঞ্চল

৮ ডিচেম্বৰত অসমত সংগীতানুষ্ঠানৰ বাবে আহিবলগীয়া প’ষ্ট মেল’ন কোন? কিমান টকা ল’ব মাৰ্কিন সংগীতজ্ঞজনে?

৮ ডিচেম্বৰত অসমত সংগীতানুষ্ঠানৰ বাবে আহিবলগীয়া প’ষ্ট মেল’ন কোন? কিমান টকা ল’ব মাৰ্কিন সংগীতজ্ঞজনে?

মণিপুৰত এনইউজিৰ কেডাৰৰ হত্যাৰ তদন্ত আৰু ক্ষতিপূৰণৰ দাবী মায়ানমাৰৰ

মণিপুৰত এনইউজিৰ কেডাৰৰ হত্যাৰ তদন্ত আৰু ক্ষতিপূৰণৰ দাবী মায়ানমাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd