• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়ালৈ ‘এক্সচেলেন্ট হিউমেনিটি এণ্ড পীছ এৱাৰ্ড ২০২০’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 19, 2020 4:38 pm
index.jpg1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শান্তি আৰু মানৱতাৰ হকে আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক Excellent Humanity & Peace Award 2020 প্ৰদান কৰা হৈছে।

বিশ্ব প্ৰসিদ্ধ আফ্ৰিকাৰ সংগ্ৰামী সত্তা শান্তি আৰু মানৱতাৰ প্ৰতীক তথা আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নেলশ্যন মেণ্ডেলাৰ জন্ম দিনৰ উপলক্ষে যোৱা ১৮ জুলাইৰ দিনা আন কেইবাৰৰ দৰে এই বছৰো বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অতি কম সংখ্যক লোকক শান্তি আৰু মানৱতাৰ ওপৰত আগবঢ়াই অহা সেৱাৰ বাবে U P World Book Of Records ৰ তৰফৰ পৰা Excellent Humanity & Peace Award 2020 প্ৰদান কৰা হয়।

Apply Now

index.jpg2

শান্তি আৰু মানৱতাৰ হকে দুটা দশক জুৰি সেৱা আগবঢ়াই অহা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক এই বঁটা প্ৰদান কৰা হয়।

ডঃ দিব্যজ্যোতি শইকীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত অন্ধবিশ্বাস, ডাইনী কাণ্ড, মবলিঞ্চিং, সম্প্ৰদায়িকতা আদিৰ বিৰুদ্ধে কাম কৰি অহাৰ লগতে শান্তি সম্প্ৰীতি আৰু মানৱতাৰ ওপৰত কাম কৰি আহিছে।

ইয়াৰোপৰি, ডঃ শইকীয়াৰ কঠোৰ সংগ্রামৰ বাবেই অসমত ডাইনী প্ৰতিৰোধী আইন প্ৰণয়ন হ’বলৈ সক্ষম হৈছিল।

শান্তি-মানৱতা আৰু মানৱ অধিকাৰ হকে আগবঢ়াই অহা সেৱাৰ বাবে ইতিমধ্যে বহুকেইটা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে ডঃ শইকীয়া।

ইয়াৰ ভিতৰত বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা, ডঃ এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা, ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বঁটা, গাৰ্গে বাবা ৰাষ্ট্ৰীয় বঁটা,ইণ্ডিয়া ষ্টাৰ ৰিপাব্লিক এৱৰ্ড, ডঃ ভূপেন হাজৰিকা শান্তি বঁটাকে আদি কৰি প্ৰায় ৪৪ তা ৰাজ্যিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে এইবাৰ উক্ত বঁটা ডঃ দিব্যজ্যোতি শইকীয়াৰ উপৰি জাৰ্মান, ফিলিপাইনচ, চিৰিয়া, চুইজাৰলেণ্ড, নেপাল, ইজিপ্ট আদি কেইবাখনো ৰাষ্ট্ৰঃৰ শান্তিৰ হকে কাম কৰি অহা সামাজিক কৰ্মীক প্ৰদান কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am
প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd